• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়ক আবুল কালাম আজাদৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ : ২৭ জুনত জামিন আবেদনৰ শুনানি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2019 12:36 pm
IMG_20181208_112308-1140x570

ভৱানীপুৰ বিধায়ক আবুল কালাম আজাদৰ সংবাদমেল। ফাইল ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভৱানীপুৰ সমষ্টিৰ এ আই য়ু ডি এফৰ বিধায়ক আবুল কালাম আজাদৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু হৈছে। আজিৰ পৰা ছবছৰ পূর্বে চাকৰি দিয়াৰ প্ৰলোভন দি দিচপুৰৰ বিধায়ক আৱাসৰ লগতে ভৱানীপুৰৰ বিধায়কজনৰ বাসভৱনতো এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ভুক্তভোগী মহিলাগৰাকীয়ে এই সন্দৰ্ভত বৰপেটা থানাত দাখিল কৰা আবেদনৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/৫০৬ ধাৰাৰ অধীনত ২৫৬৬/২০১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে।

Apply Now

এই গোচৰৰ পৰা সকাহ বিচাৰি বিধায়ক আজাদে অন্তৰ্ৱতীকালীন জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়লয়ত আবেদন জনায়। সোমবাৰে আদালতে শুনানি গ্ৰহণ কৰি ২৭ জুনত আৰক্ষীক কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়ে। তদুপৰি, সেইদিনা জামিন সন্দৰ্ভত পুনৰ শুনানি গ্ৰহণ কৰা হ’ব।

আনহাতে, বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা অভিযোগকাৰী মহিলাগৰাকীয়ে জানিবলৈ দিয়ে যে ২০১৩ চনত তেওঁ বিধায়কগৰাকীৰ সংস্পৰ্শলৈ আহিছিল। তেওঁক এআইয়ুডিএফৰ টিকট দিয়াৰ আশ্বাস দি বিধায়কজন ঘনিষ্ঠি হৈ পৰিছিল। দলটোৰ পৰা তেওঁক ৬নং ৱাৰ্ডৰ প্ৰাৰ্থী হিচাপে টিকট দিছিল।

নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাছত বিধায়কগৰাকীয়ে তেওঁক চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ প্ৰলোভন দিচপুৰৰ বিধায়ক আৱাসলৈ লৈ গৈছিল বুলি অভিযোগকাৰীয়ে জানিবলৈ দিয়ে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি, ২০১৩ চনৰ ৩ মাৰ্চ তাৰিখে বিধায়ক আৱাসত থকা বিধায়কগৰাকীৰ ৬৮ নং কোৱাৰ্টাৰত ৰাখি বিধায়ক আজাদে মহিলাগৰাকীৰ সন্মতি অবিহনে তিনিবাৰ ধৰ্ষণ কৰিছিল।

ইপিনে, বিধায়কগৰাকীয়ে তেওঁক ধৰ্ষণ কৰাৰ কথা প্ৰকাশ কৰিলে অপহৰণ তথা হত্যাৰ ভাবুকি দিয়া বুলিও মহিলাগৰাকীয়ে অভিযোগ কৰিছে। জীৱনৰ ভয়ত এইকথা কাৰো আগত প্ৰকাশ কৰা নাছিল বুলি জানিব দি অভিযোগকাৰীয়ে লগতে কয় যে বিধায়কগৰাকীয়ে ২০১৭ চনৰ ২ জুলাইত তেওঁৰ ভৱানীপুৰৰ বাসভৱনলৈ চাকৰি দিয়াৰ প্ৰলোভনেৰে মাতি নি ধৰ্ষণ  কৰিছিল।

উল্লেখযোগ্য যে একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱা এ আই য়ু ডি এফৰ বিধায়ক আবুল কালাম আজাদৰ বিৰুদ্ধে এগৰাকী মহিলাই ধৰ্ষণ কৰাৰ অভিযোগৰ বাতৰিৰ পাছতে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত বিধায়ক আজাদে ভৱানীপুৰত এখন সংবাদমেল পাতি এয়া তেওঁৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm
দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd