• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত জঘন্য ধৰ্ষণকাণ্ড; প্ৰথমে ধৰ্ষণ তাৰপাছত ডিঙি চেপি নৃশংস হত্যা পাঁচ সন্তানৰ মাতৃক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 6, 2020 8:41 pm
Rape story

মাৰ্ঘেৰিটাত ধৰ্ষণ কাণ্ডৰ অভিযুক্ত গৰাকী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইদৰাবাদ ধৰ্ষণকাণ্ডৰ স্মৃতি মাৰ নৌযাওতেই বুধবাৰে নিশা অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত এগৰাকী মহিলাক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰাৰ দৰে জঘন্য লোমহৰ্ষক কাণ্ড সংঘটিত হয়।

জানিব পৰা মতে, ইমথেম ৰিতুপথাৰ গাঁ‌ৱৰ এগৰাকী চাৰি সন্তানৰ মাতৃয়ে ৫ ফেব্ৰুৱাৰিৰ নিশা প্ৰায় ৯.৩০ মান বজাত ভাওঁনাৰ আখৰাৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত বোধেশ্বৰ গগৈ নামৰ এজন দুৰ্বৃত্তই কাষৰ হাবিলৈ টানি নি মহিলা গৰাকীক প্ৰথমে উপৰ্যুপৰি ধৰ্ষণ কৰে আৰু তাৰপাছত ডিঙি চেপি হত্যা কৰে।

Apply Now

স্থানীয়ৰাইজে এই জঘন্য কাণ্ড আজি ৰাতিপুৱা গম পাই বোধেশ্বৰৰ লগতে গোলাপ গগৈ নামৰ অন্য এজনক উত্তম-মাধ্যম সোধাই মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী আৰক্ষীক চমজাই দিয়ে।

অৱশ্যে, বোধেশ্বৰে অকলে এই ঘটনাৰ সৈতে জড়িত বুলি স্বীকাৰোক্তি দিয়াত আৰক্ষীয়ে বোধেশ্বৰ গগৈৰ ওপৰত c/no 05/2020 U/s 376/302IPC ধাৰাৰ অধীনত এটা গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

আজি পেঙেৰী থানাই মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই এই ঘটনাটোৰ সৈতে জড়িত অভিযুক্তক কঠোৰ শাস্তি বিহাৰ বাবে দাবী জনাইছে।

উল্লেখযোগ্য যে, সৰবৰহী মহিলা গৰাকীয়ে ’কা’ বিৰোধী আন্দোলনতো সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিল।

চাঞ্চল্যকৰ ধৰ্ষণ তথা হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলটে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ইনথেম অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে৷ স্থানীয় দল সংগঠনে মহিলাগৰাকী হত্যাকাণ্ডৰ লগত জড়িত ধৃত বোধেশ্বৰক ফাঁচীকাঠ তুলি দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে।

গ্ৰেপ্তাৰ কৰা বোধেশ্বৰ মুখমণ্ডল তথ্য শৰীৰৰ বিভিন্ন স্থানত নখৰ আঁ‌চোৰৰ চিনৰ প্ৰতি লক্ষ্য ৰাখি মহিলা গৰাকীয়ে মৃত্যুৰ পূৰ্বে নিজৰ প্ৰাণ বচাবলৈ যথেষ্ট চেষ্টা কৰিছিল বুলি আৰক্ষী প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd