• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত জঘন্য কাণ্ড : ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাংচুডু খেলুৱৈক অপহৰণ কৰি ধৰ্ষণ তিনি লম্পটৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 26, 2024 6:23 pm
145
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত সংঘটিত হৈছে জঘন্য কাণ্ড। ৰাষ্ট্ৰীয় পৰ্য্যয়ৰ টাংচুডু খেলুৱৈৰ লগত সংঘটিত হৈছে ধৰ্ষণ কাণ্ড।

নাবালিকাক  অপহৰণ কৰি ধৰ্ষণ কাণ্ড সংঘটিত কৰে তিনি লম্পটে। শুক্ৰবাৰে বিয়লি সংঘটিত হয় এই জঘন্য কাণ্ড।

শুক্ৰবাৰে আবেলি ৪:৩০ বজাত ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত চিকাৰীভেটী অঞ্চলৰ এটা পথত খোজকাঢ়ি গৈ থকা অৱস্থাত এখন টাটা গাড়ীত উঠি অহা তিনি পাষণ্ডই মুখত সোপা দি উঠাই লৈ যায় নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক। তাৰে দুই লম্পটৰ নাম সুনীল আৰু ভাইটি।

কিশোৰীগৰাকীক সুনীল নামৰ ব্যক্তিজনৰ বাসগৃহলৈ লৈ গৈ উচ্চস্বৰত ডি জে বজাই সুনীল আৰু ভাইটিয়ে ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কিশোৰীগৰাকীয়ে।

মদৰ ৰাগীত মাতাল হৈ থকা লম্পট কেইটাৰ কবলৰ পৰা কোনোমতে পলাই অহি সমগ্ৰ ঘটনাৰ কথা মাতৃক অৱগত কৰাৰ পিছতেই পৰিয়ালৰ লোকে ডিমৌ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ।

বৰ্তমান দুৰ্ভগীয়া কিশোৰী গৰাকী শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ন্যায় লাভ নকৰিলে চৰম পন্থা বাচি ল‘বলৈ বাধ্য হ‘ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে দুৰ্ভগীয়া কিশোৰীগৰাকীয়ে । 

উল্লেখ্য যে বৰ্তমানলৈকে কোনো অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। এই ঘটনাই সমগ্ৰ শিৱসাগৰতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। অতি সোনকালে দোষীক কৰায়ত্ত কৰিবলৈ সৰ্বত্ৰে দাবী উত্থাপন হৈছে।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd