• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছত্তিশগড়ত নাবালিকাক গণধৰ্ষণ : নিৰ্যাতিতাৰ আত্মহনন, পিতৃৰো আত্মহত্যাৰ চেষ্টা; ঘটনাক গাপ দিয়াৰ চেষ্টা আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2020 12:37 pm
127408589-close-up-of-man-hands-holding-a-woman-hands-for-rape-and-sexual-abuse-concept-wound-domestic-violenc

প্ৰতীকাত্মক ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটোৰ পিছত সিটো গণধৰ্ষণৰ কাণ্ড দেশত সংঘটিত হৈয়ে আছে।

বিগত কেবাটাও মাহত হিন্দী বলয়ৰ ৰাজ্যসমূহত ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

Apply Now

উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পিছত এইবাৰ কংগ্ৰেছ শাসিত ৰাজ্য ছত্তিশগড়ত সংঘটিত এক গণধৰ্ষণৰ কাণ্ড পোহৰলৈ আহিছে।

আৰক্ষীৰ মতে এই গণধৰ্ষণৰ কাণ্ডটো দুমাহ মানৰ পূৰ্বেই সংঘটিত হৈছিল।

ঘটনাৰ বিৱৰণীৰ মতে নিৰ্যাতিতা কিশোৰী গৰাকী প্ৰতিবেশী গাঁৱৰ আত্মীয়ৰ বিবাহৰ অনুষ্ঠানলৈ গৈছিল।

তাতে নিশা দুজন মদ্যপান কৰা লোকে কিশোৰী গৰাকীক হাবিলৈ টানি নিয়ে। ইয়াৰ পিছতে উক্ত দুজন লোকৰ সৈতে আৰু পাঁচজন লোকে কিশোৰী গৰাকীক উপযুপৰি ধৰ্ষণ কৰে।

ধৰ্ষণৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰিলে ধৰ্ষিতা যুৱতী গৰাকীক হত্যা কৰাৰো ভাবুকি দিয়ে লোককেইজনে।

কিশোৰী গৰাকীয়ে ঘটনাটো পৰিয়ালৰ লোকক নক’লেও এজন বন্ধুক অৱগত কৰে। কিন্তু বন্ধুজনক পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে ক’বলৈ মানা কৰে নিৰ্যাতিতা কিশোৰী গৰাকীয়ে।

নিৰ্যাতিতা কিশোৰী গৰাকীয়ে যোৱা ২০ জুলাইত আত্মহত্যা কৰে। আত্মতহ্যা কৰাৰ পিছতে বন্ধুজনে কিশোৰী গৰাকী গণধৰ্ষণৰ বলি হোৱাৰ কথা পৰিয়ালৰ লোকক অৱগত কৰে।

ইয়াৰ পিছতে কিশোৰী গৰাকীৰ পিতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ঘটনাটো গাপ দিবলৈহে চেষ্টা কৰে বুলি অভিযোগ উঠিছে।

আৰক্ষীয়ে ঘটনাটো গাপ দিয়াত হতাশাগ্ৰস্ত হৈ নিৰ্যাতিতা কিশোৰী গৰাকীৰ পিতৃয়ে কীটনাশক দ্ৰৱ্য পান কৰি আত্মহত্যাৰ চেষ্টা কৰে।

কিন্তু চিকিৎসকৰ চেষ্টাত কিশোৰী গৰাকীৰ পিতৃৰ জীৱন ৰক্ষা পৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

বস্তাৰ ৰেঞ্জৰ আইজি সুন্দৰৰাজে এই সমগ্ৰ ঘটনাটো সংবাদ মাধ্যমক অৱগত কৰিছে।

অভিযোগ লাভ কৰাৰ পিছতো ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰা স্থানীয় আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে কোডেগাঁও আৰক্ষী অধীক্ষক।

ইফালে ৰাজ্যখনৰ শিশু অধিকাৰ ৰক্ষা কমিটিৰ অধ্যক্ষ যশৱন্ত সিনহাই কোডেগাঁও আৰক্ষী অধীক্ষক ১০ দিনৰ ভিতৰত সমগ্ৰ ঘটনাটোৰ তদন্ত সম্পূৰ্ণ কৰি প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

July 2, 2026 3:54 pm
ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

July 2, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd