• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্ষণত অভিযুক্ত-ভুক্তভোগীৰ হাত বান্ধি গাঁৱৰ মাজেৰে সমদল, চিঞৰিলে- ‘ভাৰত মাতা কী জয়’!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2021 3:23 pm
546
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ আলিৰাজপুৰ জিলাত সংঘটিত হৈছে এটি চাঞ্চল্যকৰ ঘটনা।

অভিযোগ অনুসৰি, এগৰাকী ২১ বৰ্ষীয় যুৱকে এগৰাকী ১৬ বৰ্ষীয়া ছোৱালীক ধৰ্ষণ কৰে।

তাৰপাছতে গাঁৱৰ লোকসকলে অভিযুক্ত আৰু ভুক্তভোগীক মাৰ ধৰ কৰে আৰু দুয়োৰে হাত ৰছীৰে বান্ধি গাঁৱৰ মাজেৰে লৈ যোৱা হয়।

দেওবাৰে আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে।

জোবাট আৰক্ষী থানাৰ অন্তৰ্গত জনজাতী অধ্যুষিত জিলাখনত ঘটা ঘটনাটোৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে দুয়োকে হাত বান্ধি গাঁৱৰ মাজেৰে খোজকঢ়াই লৈ যোৱা হৈছে।

তদুপৰি ‘ভাৰত মাতা কী জয়’ও চিঞৰা হৈছে।

তাৰপাছতে আৰক্ষীয়ে ধৰ্ষণত অভিযুক্তজনকে ধৰি গাঁৱৰ আন ৬জন লোকক আটক কৰে।

ভুক্তভোগী ছোৱালীজনীয়ে অভিযোগ কৰি কাষৰে গাঁৱত বাস কৰা যুৱকজনে তাইক যৌন অত্যাচাৰ কৰিছিল।

যেতিয়া বিষয়টো সকলোৱে গম পায়, তাইৰ আত্মীয় আৰু পৰিয়ালে কেৱল মাৰ ধৰাই নহয়, অভিযুক্তজনৰ স’তে হাত দুখন বান্ধি গাঁৱৰ মাজেৰে খোজকঢ়াই নিছিল।

আৰক্ষীয়ে জানিবলৈ দিছে যে অভিযুক্তগৰাকীয়ে দুটাকৈ গোচৰ ৰুজু কৰিছে।

ইয়াৰে এটা গোচৰ হৈছে ধৰ্ষণৰ অভিযুক্তজনৰ প্ৰতি।

আনটো হৈছে তাইৰ আত্মীয়-স্বজন আৰু গাঁৱৰ লোকসকলৰ প্ৰতি।

অভিযুক্তজনক ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইন আৰু প’স্ক’ আইনৰ অধীনত আটক কৰা হৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd