DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ন্যায়াধীশপূৰ্ণ সৰ্বোচ্চ ন্যায়ালয়, ৮ মাহত ইতিহাস সৃষ্টি মুখ্য ন্যাঃ ৰঞ্জন গগৈৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2019 10:31 pm
CJI Ranjan Gogoi Assam NRC: AASU files petition at SC

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ছবি।

1.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ মুখ্য বিচাৰপতিৰূপে অসম সন্তান ৰঞ্জন গগৈৰ কাৰ্য্যকালৰ পহিলা ৮ মাহৰ ভিতৰতে ন্যায়াধীশেৰে পৰিপূৰ্ণ হ’বলৈ আগবাঢ়িছে সৰ্বোচ্চ ন্যায়ালয়।

কেৱল ন্যায়াধীশৰ আসন পূৰণেই নহয়, ১০গৰাকীকৈ ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱাই আন এক দুৰ্লভ প্ৰাপ্তিৰ গৰাকী হ’বলৈ আগবাঢ়িছে মুখ্য ন্যায়াধীশ গগৈ।

শুকুৰবাৰৰ ভিতৰতে চাৰি ন্যায়াধীশ বি আৰ গাৱাই, সূৰ্য্য কান্ত, অনিৰুদ্ধ ব’চ আৰু এ এচ ব’পান্নাই ন্যায়ালয়খনত বিচাৰপতিৰূপে শপত গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

বাতৰিটো লিখি থকা সময়লৈকে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা হৈ আছে ২৭গৰাকী, কিন্তু এই চাৰিজন ন্যায়াধীশৰ শপতগ্ৰহণৰ লগে লগে আৰু নাথাকিব কোনো খালী আসন।

সৰ্বোচ্চ ন্যায়ালয়ৰ মুঠ অনুমোদিত আসন সংখ্যা (মুখ্য ন্যায়াধীশকো ধৰি) ৩১। কিন্তু যোৱা কেইবাটাও দশক ধৰি ন্যায়ালয়খনত পৰিপূৰ্ণ হৈ থকা নাছিল ন্যায়াধীশৰ আসন।

মুখ্য ন্যায়াধীশ গগৈৰ অধ্যক্ষতাত থকা সৰ্বোচ্চ ন্যায়ালয় কলেজিয়ামৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰে মঞ্জুৰ কৰাৰ পিছত ৰাষ্ট্ৰপতিয়ে এই নিযুক্তিৰ জাননি ইতিমধ্যে জাৰি কৰিছে।

ফলত নিজ কাৰ্য্যকালত ন্যায়াধীশৰ আসন পূৰণ আৰু ১০গৰাকীকৈ ন্যায়াধীশক শপতবাক্য পাঠ কৰোৱাৰ দুৰ্লভ প্ৰাপ্তি মুখ্য ন্যায়াধীশ গগৈৰ ভাগ্যত প্ৰায় নিশ্চিত হৈছে।

যোৱা অক্তোবৰত মুখ্য ন্যায়াধীশৰূপে প্ৰথমটো মাহতে তেওঁৰ অধ্যক্ষতাৰ কলেজিয়ামে ন্যায়াধীশ হেমন্ত গুপ্তা, সুভাষ ৰেদ্দি, এম আৰ চাহ আৰু অজয় ৰস্ত’গিৰ নাম কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছিল।

পৰৱৰ্তী সময়ত কলেজিয়ামে ন্যায়াধীশ দিনেশ মহেশ্বৰী আৰু সঞ্জীৱ খান্নাক ন্যায়াধীশৰূপে গ্ৰহণৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

মুখ্য ন্যায়াধীশ গগৈকে ধৰি জ্যেষ্ঠতাৰ ভিত্তিত ন্যায়াধীশ এচ এ’ ববদে’, এন ভি ৰামানা, অৰুণ মিশ্ৰ আৰু আৰ এফ নৰিমনক লৈ উচ্চতম ন্যায়ালয়ৰ বৰ্তমান কলেজিয়াম গঠিত হৈছে।

Recent News

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd