• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিভিন্ন সংস্থাৰ কৰ্মচাৰী সংকোচনত অসন্তষ্ট ৰতন টাটাই ক’লে,‘চাকৰি কৰ্তন সমস্যাৰ সমাধান নহয়’

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 9:21 am
AwbXHtpn_400x400-750x375

উদ্যোগপতি ৰতন টাটা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না মহামাৰীৰ আতংকৰ মাজতে চাকৰি হেৰুওৱাৰ শংকাই মধ্যবিত্ত শ্ৰেণীক অধিক ভয়াবহ সংকটলৈ ঠেলি দিছে।

দেশৰ বিভিন্ন উদ্যোগ তথা ব্যৱসায়ত নামি অহা মন্দাৱস্থাৰ পৰিপ্ৰেক্ষিতত ব্যয় সংকোচনৰ নামত প্ৰায় সকলো সংস্থাই ব্যাপক হাৰত চাকৰি কৰ্তন কৰিছে।

Apply Now

সংস্থাসমূহৰ এনে মনোবৃত্তিক তীব্ৰ সমালোচনা কৰিছে দেশৰ শীৰ্ষ উদ্যোগপতি ৰতন টাটাই।

তেওঁৰ স্পষ্ট মত হ’ল,’’কৰ্মচাৰীৰ চাকৰি কৰ্তন সংস্থাৰ সমস্যাৰ কোনো সমাধান হ’ব নোৱাৰে’’।

কৰ’নাৰ সংকটৰ অজুহাতত বহু সংস্থাই চাকৰি কৰ্তন কৰাৰ লগতে কৰ্মচাৰীৰ দৰমহাও হ্ৰাস কৰিছে।

এতিয়ালৈকে টাটা গ্ৰুপৰ অধীনৰ কোনো এটা সংস্থাৰ পৰা কোনো কৰ্মচাৰীৰে চাকৰি কৰ্তন কৰা হোৱা নাই। মাত্ৰ সাময়িকভাৱে উচ্চ পদস্থ কৰ্মচাৰীসকলৰ ২০ শতাংশ দৰমহা হ্ৰাস কৰা হৈছে।

টাটা গ্ৰুপৰ বহুকেইটা ব্যৱসায়ে ব্যাপক লোকচান সন্মুখীন হৈছে। তথাপি কাৰো চাকৰিৰ প্ৰতি ভাবুকি আহি পৰা নাই।

বৰ্তমান পৰিস্থিতি চাকৰি কৰ্তন এক অসংবেদনশীলতাৰ পৰিচয় বুলি মত প্ৰকাশ কৰিছে উদ্যোগপতি ৰতন টাটাই।

ৰতন টাটাই কয় যে দেশৰ একাংশ কৰ্প’ৰেট সংস্থাই যিধৰণে কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰিছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক সিদ্ধান্ত। এই সংস্থাসমূহৰ নেতৃত্বত থকা লোকসকল যে সহানুভুতিহীন সেয়া বুজি পোৱা যায়।

এটা ৱেবছাইটক দিয়া সাক্ষাৎকাৰত টাটাই কয় যে কোনো সংস্থা ইয়াৰ কৰ্মচাৰীসকলৰ প্ৰতি সংবেদনশীল নহ’লে টিকি থাকিব নোৱাৰে।

তেওঁ কয় যে কৰ’নাৰসংকটৰ সময়ত সকলোৱেই ক্ষতিগ্ৰস্ত যদিও সকলোৱে মিলিয়েই স্থিতি ধৰি ৰখাৰ উপায় উলিয়াব লাগিব।

তেওঁ কয় যে ৱৰ্ক ফ্ৰম হোম এটা সমধানৰ পথ কিন্তু চাকৰি খেদোৱাটো নহয়। আটাইতকৈ কঠিন সময়তে নতুন পথাৰ সন্ধান পোৱা যায় সেই কথা পাহৰিলে নচলিব।

প্ব্ৰজিত শ্ৰমিকসকলৰ দুৰ্দশাৰ সম্পৰ্কতো নিজৰ সহমৰ্মিতা প্ৰকাশ কৰি তেওঁ মন্তব্য কৰে যে ‘’এইসকল লোকে আপোনাৰ বাবে কাম কৰিছে। তেওঁলোকৰ গোটেই জীৱন আপোনাৰ প্ৰতিষ্ঠানৰ বাবে দিছে। আৰু তেওঁলোকৰ মূল্যৰে কিনা ছাদখনেই কাঢ়ি ল’লে! কৰ্মীসকলৰ প্ৰতি এয়াই আপোনালোকৰ আচৰণ, নৈতিকতাৰ দৃষ্টান্ত?’’

সংকটৰ সময়ত ৰতন টাটাৰ এই সাক্ষাৎকাৰ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। প্ৰতিজন সচেতন তথা হৃদয়বান লোকেই এইগৰাকী মহান উদ্যোগপতিৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোৱাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd