• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বেয়া সময়ত দেশক সন্মুখৰ পৰা নেতৃত্ব দিছে প্ৰধানমন্ত্ৰী মোদীয়ে; ক’লে ৰতন টাটাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 20, 2020 2:02 pm

1 min read

Ratan tata-PM Modi
223
VIEWS
Share on FacebookShare on Twitter

কৰ’না মহামাৰীৰ সংকটৰ সময়ত দেশক সন্মুখৰ পৰা নেতৃত্ব দিয়াত সফল হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। এই মন্তব্য দেশৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ।

এছ’চাম ফাইণ্ডেশ্যন উইক-২০২০ৰ অনুষ্ঠানত টাটা গ্ৰুপৰ চেয়াৰমেন এমেৰিটাছ ৰতন টাটাই এই মন্তব্য কৰে।

শনিবাৰে আয়োজিত এই অনুষ্ঠানত ভাৰতৰ উন্নয়নত টাটা গ্ৰুপৰ অতুলনীয় অৱদানৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে দেশৰ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন উত্থান-পতনৰ সাক্ষী হৈছে টাটা গ্ৰুপ।

প্ৰধানমন্ত্ৰীৰ পৰা এছ’চাম এন্টাৰপ্ৰাইজ অফ দ্য চেঞ্চুৰি বঁটা গ্ৰহণ কৰি ৰতন টাটাই কয়,’’অসন্তুষ্টিৰ মুহূৰ্ত থাকিবই, বিৰোধিতাও থাকিব, কিন্তু কেতিয়াও আপোনাৰ নেতৃত্বক অস্বীকাৰ কৰিব পৰা নাযাব। আপুনি লকডাউন বিচাৰিছিল, সেয়া পাইছে। কেইমিনিটমান পোহৰ নুমুৱাই মহামাৰীৰ বিৰুদ্ধে যুঁজত দেশক একত্ৰিত কৰাৰ বৰ্তা দিব বিচাৰিছে, আৰু সেইটোও কৰিব পাৰিছে।‘’

টাটাই কয়, ‘’এই ঘটনা কৃত্ৰিম নহয়, দেখুৱাবলৈ নহয়। এই উদ্যোগে দেশৰ সমন্বয় ঘটাইছে। বিশ্বক দেখুৱাই দিছে যে আপোনাৰ নেতৃত্বত আমি আগবাঢ়ি সৰ্বশক্তিৰে আপুনি নিৰ্দিষ্ট কৰা লক্ষ্যত জঁপিয়াই পৰিব পাৰো।‘’

বেয়া সময়ত দেশক নেতৃত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই টাটাই কয়,’’উদ্যোগপতি হিচাপে এইবাৰ আমাৰ কৰ্তব্য আপুনি দেখুওৱা পথ অনুসৰণ কৰা তথা এই নেতৃত্বৰ সুবিধাসমূহ তুলি ধৰা যিটো আমি কৰি দেখুৱাম বুলি মই নিশ্চিত।‘’

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd