• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’লৈ যাব? চলিত আই পি এল শেষ হোৱাৰ পিছতে মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2024 3:01 pm
4.7k
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন ক্ৰিকেটাৰ অম্বতি ৰায়ডুৱে মুম্বাই ইণ্ডিয়ানছত ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ সংঘাতৰ বিষয়ে মুকলিকৈ কৈছে। ৰায়ডুৱে ৰোহিতৰ সৈতে মুম্বাই ইণ্ডিয়ানছ আৰু ৰাষ্ট্ৰীয় দলত খেলিছিল। সেয়ে, তেওঁ মুম্বাই ইণ্ডিয়ানছৰ প্ৰাক্তন অধিনায়কজনক ওচৰৰ পৰা দেখিছিল। ৰায়ডুৱেও হাৰ্দিকৰ সৈতেও খেলিছিল। কিন্তু এই বিতৰ্কত তেওঁ ৰোহিতৰ কাষত থিয় দিছে।

আই পি এল সম্প্ৰচাৰ কৰা টেলিভিছন চেনেল ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰায়ডুৱে কয় যে ৰোহিতে কি কৰিব সেইটো সিদ্ধান্ত ল’ব। য’লৈ যাব বিচাৰে তাতেই যাব। সকলো দলে তেওঁক লৈ যাব বিচাৰিব। সকলোৱে তেওঁক দলত অধিনায়ক হিচাপে ৰাখিব বিচাৰিব।

ৰায়ডুৱে কয়, `ৰোহিতে কোনটো দলৰ হৈ খেলিব সেইটো তেওঁ সিদ্ধান্ত ল’ব। মই নিশ্চিত, ৰোহিতে এনে এটা ফ্ৰেঞ্চাইজিৰ হৈ খেলিব বিচাৰিব যিয়ে মুম্বাই ইণ্ডিয়ানছতকৈ উন্নত ব্যৱহাৰ লাভ কৰিব।’

পৰৱৰ্তী আই পি এলত লক্ষ্ণৌত যাব নেকি ৰোহিত? এইবাৰৰ আই পি এলৰ পিছত সঁচাকৈয়ে যদি মুম্বাই ইণ্ডিয়ানছৰ সৈতে ৰোহিতৰ সম্পৰ্ক ভাঙি যায়, তেন্তে তেওঁ লক্ষ্ণৌ ছুপাৰ জায়েন্টছত যোগদান কৰিব নেকি? এই সম্ভাৱনাক লৈ ক্ৰিকেট মহলত আলোচনা আৰম্ভ হৈছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছেও ৰোহিতক দললৈ অনাৰ ইচ্ছা প্ৰকাশ কৰিছে।

শেহতীয়াকৈ এই ফ্ৰেঞ্চাইজিৰ ইউটিউব চেনেলত এটা প্ৰশ্নৰ উত্তৰত মুখ্য প্ৰশিক্ষক, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমেন জাষ্টিন লেংগাৰে কয়, ‘ৰোহিত শৰ্মা? হাহাহা, আমি তেওঁক মুম্বাইৰ পৰা আমাৰ দললৈ লৈ আনিম। এই বিষয়ত আপোনালোকে মধ্যস্থতা কৰিব লাগিব।

আই পি এলৰ নিলামত থাকিবনে ৰোহিত? ১৬ এপ্ৰিলত বিচিচিআইৰ বিষয়াসকলে আইপিএলৰ ফ্ৰেঞ্চাইজিৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হব। অহা ছিজনৰ আই পি এলৰ পূৰ্বে এই বৈঠকত মেগা নিলামৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে। যদিহে ৰোহিতক মুম্বাই ইণ্ডিয়ানছে ধৰি ৰাখিব নোৱাৰে তেন্তে তাৰকা বেটছমেনগৰাকীক লৈ নিলামত তীব্ৰ যুঁজ দেখা যাব পাৰে।

Recent News

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd