• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাত আক্ৰান্ত RBIৰ গৱৰ্ণৰ শক্তিকান্ত দাস; আইছ’লেশ্যনত থাকিয়ে চলাব কামকাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2020 6:54 am
rbi_032720124716-6-740x375

আৰবিআইৰ গৱৰ্ণৰ শক্তিকান্ত দাস।

804
VIEWS
Share on FacebookShare on Twitter

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ (RBI) গৱৰ্ণৰ শক্তিকান্ত দাস কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। বৰ্তমান তেওঁ সুস্থই আছে আৰু তেওঁৰ কোনো লক্ষণো দেখা দিয়া নাই।

দেওবাৰে সন্ধিয়া এটা টুইট যোগে তেওঁ কয়, ‘’মোৰ কোভিড-১৯ ৰিপ’ৰ্ট পজিটিভ আহিছে। সুস্থ অনুভৱ কৰিছো। বৰ্তমান যিসকলে মোৰ সংস্পৰ্শত আহিছিল, তেওঁলোকক সতৰ্ক কৰি দিছো। আইছ’লেশ্যনত থাকিয়ে কামকাজ চলাই যাম।‘’

উল্লেখ্য যে যোৱা মাৰ্চ মাহত আৰম্ভ হোৱা লকডাউনৰ সময়ৰ পৰাই গৱৰ্ণৰগৰাকীৰ লগতে আৰবিআইৰ সকলো বিষয়াই ঘৰৰ পৰাই কাম কৰি আহিছে।

ঘৰৰ পৰাই বিভিন্ন সময়ত বিভিন্ন ঘোষণা কৰাৰ লগতে লকডাউনৰ মাজত ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে সংবাদ মেলো অনুষ্ঠিত কৰিছে।

I have tested COVID-19 positive. Asymptomatic.Feeling very much alright.Have alerted those who came in contact in recent days.Will continue to work from isolation. Work in RBI will go on normally. I am in touch with all Dy. Govs and other officers through VC and telephone.

— Shaktikanta Das (@DasShaktikanta) October 25, 2020

আৰবিআইৰ গৱৰ্ণৰগৰাকীয়ে দাবী কৰা মতে আনলক আৰম্ভ হোৱাৰ পাছৰ সময়ত দেশৰ অৰ্থনীতি ক্ৰমে স্বাভাৱিক হ’বলৈ ধৰিছে।

যোৱা শুকুৰবাৰে নতুন অৰ্থনৈতিক নীতি কমিটিৰ বৈঠকৰ বিষয়বস্তু সদৰী কৰা হয়। যোৱা ৭ৰ পৰা ৯ অক্টোবৰলৈকে অনুষ্ঠিত সেই বৈঠকত আৰবিআইৰ গৱৰ্ণৰ গৰাকীয়ে আশংকা ব্যক্ত কৰিছিল যে কৰ’নাৰ দ্বিতীয় ৱেভ আহিলে আকৌ অৰ্থনীতিৰ বৃদ্ধিৰ গতি স্তব্ধ হ’ব পাৰে।

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd