• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজবলৰ উদীয়মান তাৰকা, IPLত মোটা অংকত কিনিলে বেংগালুৰুৱে; কোন এই জেকব বেথেল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2024 12:23 pm
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ২.৬ কোটি টকাত ক্ৰয় কৰিলে জেকব বেথেলক।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ২.৬ কোটি টকাত ক্ৰয় কৰিলে জেকব বেথেলক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবাৰেই আই পি এলৰ নিলামত কিছু চমক থাকে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ল। ইয়াৰে অন্যতম এজন হৈছে জেকব বেথেল। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ২.৬ কোটি টকাত ক্ৰয় কৰিছে বেছিভাগ লোকেই নাম নুশুনা ক্ৰিকেটাৰগৰাকীক।

নিলামৰ আৰম্ভণিতে বিশেষ একো খৰধৰ নকৰিলেও শেষ মুহূৰ্তত কেইবাজনো প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰক তুলি নিলে বিৰাট কোহলীৰ দলটোৱে। নিলামৰ দ্বিতীয় দিনটোত ২১ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীৰ বাবে আৰচিবিয়ে অল আউট যায়।

Apply Now

বাৰ্বাডোছত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰগৰাকীৰ বাবে আই পি এলৰ নিলামত উঠিল বিৰাট দাম। বেথেলৰ বেছ প্ৰাইচ আছিল ১.২৫ কোটি। ছানৰাইজাৰ্ছ হায়দৰাবাদে এই বিড আৰম্ভ কৰে। বেংগালুৰু আৰু পঞ্জাবে তাত যোগ দিয়ে। হুৰহুৰাই দাম বাঢ়িবলৈ ধৰে। অৱশেষত ২.৬ কোটি টকাত ক্ৰয় কৰে আৰ চি বিয়ে। কিন্তু  কিয় তেওঁৰ পিছত দৌৰিলে বাংগালুৰুৱে?

শেহতীয়াকৈ বেথেলে টেষ্ট দলত সুযোগ পাইছে। নিউজিলেণ্ড ভ্ৰমণৰ বাবে ইংলেণ্ড দলত নিৰ্বাচিত হয়। বুঢ়া আঙুলিত ফাটি যোৱাৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা বাহিৰ হ’ল উইকেটকীপাৰ জৰ্ডান কক্স। তেওঁৰ আঘাতে প্ৰতিশ্ৰুতিসম্পন্ন বেথেলৰ দুৱাৰ মুকলি কৰে। ২১ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে বৃহস্পতিবাৰে টেষ্টত অভিষেক ঘটাব পাৰে। সকলোৰে দৃষ্টি তেওঁৰ ওপৰত থাকিব।

বাওঁহতীয় বেটছমেনগৰাকীয়ে শেহতীয়াকৈ কেৰিবিয়ান ছিৰিজত অভিষেক ঘটায়। বেথেলৰ প্ৰদৰ্শনত ইংলেণ্ড মেনেজমেন্ট আনন্দিত হৈছিল। তেওঁ এদিনীয়া ক্ৰিকেট দলত নিজৰ স্থান খোদিত কৰিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ ছিৰিজত অনবদ্য প্ৰদৰ্শন আগবঢ়ায়। তেওঁৰ সতীৰ্থ ফিল ছল্টে বেথেলৰ বিষয়ে কৈছে, ‘মাত্ৰ ২১ বছৰ বয়সতে তেওঁ এনেদৰে খেলি আছে যেন তেওঁ ১০০খন মেচ খেলিছে।’

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৭৩.৯৭। পেছাদাৰী ক্ৰিকেটত তেওঁৰ এতিয়াও শতক নাই। কিন্তু বাজবলৰ বাবে আদৰ্শ। বেটিং কৰাৰ লগতে বলিংও কৰিব পাৰে। ভাল ফিল্ডাৰো। এগৰাকী সম্পূৰ্ণ ক্ৰিকেটাৰ।

ইংৰাজ অলৰাউণ্ডাৰগৰাকীৰ খেলৰ শৈলী আক্ৰমণাত্মক। ইংলেণ্ডৰ হৈ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপতো খেলিছিল। এইবাৰ আই পি এলত চমক সৃষ্টি কৰিবলৈ সাজু হৈছে বেথেল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd