• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিৰাট কোহলীৰ দৰে অধিনায়ক পোৱাটো কঠিন; কিয় ক’বলগীয়া হ’ল RCBৰ মেনেজমেণ্টে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2020 8:44 pm
313
VIEWS
Share on FacebookShare on Twitter

আই পি এলৰ ১৩ সংখ্যক সংস্কৰণত বিৰাট কোহলী নেতৃত্বাধীন আৰ চি বিয়ে খিতাপ দখল কৰিব বুলি অনুৰাগী সকলে আশা কৰিছিল যদিও শেষত দলৰ শোচনীয় প্ৰদৰ্শনৰ বাবে এয়া সম্ভৱ হৈ নুঠিল।

অধিনায়ক হিচাপে আই পি এলত পুনৰ এবাৰ বিফল হোৱাত বিৰাট কোহলীক তীব্ৰ সমালোচনা কৰাৰ লগতে গৌতম গম্ভীৰ আৰু সঞ্জয় মাঞ্জৰেকাৰৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰসকলে তেওঁক দলৰ অধিনায়কৰ দায়িত্বৰ পৰা আঁতৰোৱাৰ কথাও কৈছে।

এই ধৰণৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে বিৰাট কোহলীৰ সমৰ্থনত থিয় দিছে আৰ চি বিৰ সহযোগী ষ্টাফৰ মাইক হেছন আৰু ছাইমন কেটিছে।

মুখ্য প্ৰশিক্ষক ছাইমন কেটিছে কয়, ‘নেতৃত্বৰ ক্ষেত্ৰত, বিৰাট কোহলীৰ উপস্থিতিৰ বাবে আমি অতি সৌভাগ্যবান, তেওঁ অতি পেছাদাৰী আৰু তেওঁক দলৰ খেলুৱৈসকলে সন্মান কৰে’।

তেওঁ লগতে কয় যে কোহলীয়ে দল আৰু যুৱ খেলুৱৈসকলৰ সৈতে যথেষ্ট সময় অতিবাহিত কৰে। এনে দৃষ্টিভংগী অধিক খেলুৱৈৰ মাজত দেখা পোৱা নাযায়।

কোহলীয়ে আই পি এলৰ ১৫ খন মেচত ৪৫০ ৰান সংগ্ৰহ কৰি দললৈ যথেষ্ট অৱদান আগবঢ়াইছে বুলিও তেওঁ কয়।

ইফালে অহাবছৰ দলৰ ৰণনীতি কি হ’ভ বুলি মাইক হেছনক সোধাত তেওঁ কয় যে আমি দলৰ প্ৰদৰ্শন সমীক্ষা কৰিম আৰু তাৰ পিছত এটা সিদ্ধান্ত লম।

হেচন আৰু কেটিছে দলৰ বলিং বিভাগক বিশেষকৈ ভাৰতীয় স্পিনাৰ য়ুজবেন্দ্ৰ চাহালক ভূয়সী প্ৰশংসা কৰে।

ইয়াৰ উপৰি দুয়োজনে দেবদত্ত পড়িকাল, ৱাশ্বিংটন সুন্দৰ আৰু নৱদীপ ছাইনীৰ দৰে ভাৰতীয় ক্ৰিকেটাৰৰ প্ৰদৰ্শনকো প্ৰশংসা কৰা দেখা যায়।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd