• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্ছেদৰ জাননীৰ পিছতে বিটিএডিত ভিন্ন প্ৰতিক্ৰিয়া

ছাজিদ খান by ছাজিদ খান
January 2, 2020 7:23 am
Gauhati HC Judges donate for fight against COVID-19

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ট্রাইবেল বেল্ট আৰু ব্লক সমূহত থকা অজনজাতীয় আৰু বা সুৰক্ষিত শ্ৰেণী-বহিৰ্ভূত লোকক উচ্ছেদ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পিছতে বিটিচি শাসিত বড়োলেণ্ডৰ বিভিন্ন ৰাজনৈতিক আৰু সামজিক গোটে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

গণ সুৰক্ষা দলৰ এগৰাকী সদস্য শৈলেন কুমাৰ শৰ্মাই বিটিএডিৰ অজনজাতীয় খিলঞ্জীয়া লোকসকলৰ অধিকাৰ এই নিৰ্দেশৰ দ্বাৰা খৰ্ব হোৱাৰ আশংকা প্ৰকাশ কৰি তেওঁ কয়, ‘এই অঞ্চলসমূহত কেইবা দশক ধৰি বাস কৰি অহা অজনজাতীয় খিলঞ্জীয়া লোকসকলৰ শংকাক বিবেচনা কৰিব লাগিব, যদি উচ্ছেদিত হ’বলগীয়া হয় এই লোকসকল ক’ত যাব।‘

Apply Now

‘এয়াই সময়, চৰকাৰে ঔপনিৱেশিক আইনসমূহক বৰ্তমানৰ সৈতে খাপ খোৱা, প্ৰগতিশীল আৰু সকলোকে আঁকোৱালি লোৱা আইনৰ দ্বাৰা সলনি কৰা দৰকাৰ। কেৱল Assam Land and Revenue Regulation Act, 1886 আইনৰ দশম অধ্যায়ৰ ব্যৱস্থা সমূহ অসমৰ নতুন ভূ্মি নীতিত কাৰ্যকৰী কৰিলেই নহ’ব, সমাজৰ পৰিৱৰ্তনশীল প্ৰয়োজন সমূহৰ সৈতে খোজ মিলাই যাব পৰাকৈ আইনসমূহ সংশোধন কৰা প্ৰয়োজন।‘ তেওঁ লগতে কয়।

আনহাতে বিটিচিৰ কাৰ্যবাহী সদস্য ডোনেশ্বৰ গয়াৰীয়ে কয়, ‘ন্যায়ালয়ৰ ৰায় সম্পৰ্কত বিপিএফ দলে এই পৰ্য্যন্ত আলোচনাত বহা নাই, দলে যি সিদ্ধান্ত লয় সেয়া মানিবলৈ আমি বদ্ধপৰিকৰ, ইয়াৰ  পিছতে আমি আদালতৰ নিৰ্দেশ কাৰ্যকৰী কৰাৰ বাব ব্যৱস্থা ল’ম।‘

কোকৰাঝাৰৰ সমাজকৰ্মী প্ৰতিভা ব্ৰহ্মই আদালতৰ ৰায়ক আদৰণি জনাই কয় যে কোনো চৰকাৰেই সংৰক্ষিত অঞ্চলসমূহত বহিৰাগতৰ অনুপ্ৰৱেশ ৰোধ কৰিব পৰা নাই, নতুন বছৰৰ প্ৰাকক্ষণত অহা ন্যায়ালয়ৰ নিৰ্দেশে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ দীৰ্ঘদিনীয়া দাবীক এক সকাহ দিছে।‘

বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি ডাউৰাই দেখাব নাৰ্জাৰিয়েও ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই কয় যে ভূমিপুত্ৰ খিলঞ্জীয়া জনজাতীয় লোকসকলে অসমৰ অসংৰক্ষিত অঞ্চলসমূহত তেওঁলোকৰ ভূমি হেৰুৱাইছে, সেয়ে বিটিচিত থকা জনজাতীয় লোকসকলৰ বাবে এনে সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজন আছে।‘

নাম প্ৰকাশত অনিচ্ছুক বিজেপি দলৰ উজনি অসমৰ এগৰাকী বিধায়কে ‘ট্ৰাইবেল বেল্ট’ কথাষাৰক এক ভুল বাখ্যা বুলি অভিহিত কৰিছে, তেওৰ মতে এনে বহু অঞ্চলত অজনজাতীয় লোককে ধৰি আন কিছুমান গোটক সামৰি লোৱা হৈছে।

গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাকেইখনত ট্ৰাইবেল বেল্টৰ অধীনত কোচ-ৰাজবংশীসকলক স্থান দিয়া হয় বুলি তেওঁ কয়। তেওঁ লগতে কয় যে ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত বেদখল চলাই অহা অবৈধ বেদখলকাৰীসকলক উচ্ছেদৰ বাবে ন্যায়ালয়ে দিয়া নিৰ্দেশ স্বাভাৱিক কাৰণ জনজাতীয় লোকসকলৰ ইয়াৰ ওপৰত আইনগত অধিকাৰ আছে।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd