• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিয়ালতন্ত্ৰ নহয়, মোদীতন্ত্ৰ!লৌহমানৱৰ নাম আঁতৰাই বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামৰ নাম ৰখা হ’ল নৰেন্দ্ৰ মোদীৰ নামেৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 24, 2021 3:33 pm

2 min read

Eu-hb7AUUAkWEHM
269
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছত পৰিয়ালতন্ত্ৰ চলা বুলি তাল আফাল লগোৱা বিজেপিয়ে এইবাৰ এক নজিৰ বিহীন কাম কৰি বহুতকে হতভম্ব কৰি তুলিছে।

দেশৰ প্ৰথমগৰাকী উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ নামেৰে ইতিমধ্যে নামকৰণ কৰা এখন ষ্টেডিয়ামৰ নাম আজি সলনি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখাৰ কথাই সচতেন মহলৰ চকু কপালত তুলিছে।

যি খন মোদীৰ চৰকাৰে কংগ্ৰেছে গান্ধী পৰিয়ালৰ সদস্যৰ নামেৰে দেশৰ গৰিষ্ঠসংখ্যক প্ৰকল্পৰ নামকৰণ কৰা বুলি অভিযোগ কৰি বহু আঁচনিৰ পৰা গান্ধী পৰিয়ালৰ সদস্যৰ নাম মচি পেলাইছিল, সেই খন চৰকাৰেই এতিয়া লৌহ মানৱক উপেক্ষা কৰি মোদীৰ নামেৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম খনৰ নামকৰণ কৰাৰ কথাই বিজেপিক যে এতিয়া মোদীতন্ত্ৰই গ্ৰাস কৰি পেলাইছে তাকেই প্ৰমাণ কৰিলে।

আজি ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে  গুজৰাটৰ আহমেদাবাদৰ মটেৰাত পুনৰ নিৰ্মাণ কৰি উলিওৱা চৰ্দাৰ পেটেল ষ্টেডিয়াম খন মুকলি কৰে।

অৱশ্যে নতুনকৈ মুকলি কৰাৰ সময়ত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম খনৰ নামকৰণ আৰু পেটেলৰ নামৰে কৰা নহ’ল।

মোদীৰ পূজাৰীসকলৰ অত্যুৎসাহতে ষ্টেডিয়াম খনৰ নাম ৰখা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে।

একেসময়তে ১.৩২ লাখ লোকে বহি খেল উপভোগ কৰিব পৰা ষ্টেডিয়াম খনৰ নাম সলনি কৰাৰ কথাই এতিয়া সকলোকে হতভম্ব কৰি তুলিছে।

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত   তৃতীয় টেষ্টৰ জৰিয়তে মোদীৰ নামত মুকলি কৰা ষ্টেডিয়াম খন আৰম্ভ কৰা হয়। ৮০০ কোটি টকা ব্যয়ৰে প্ৰায় ৬৩ একৰ মাটিত পুনৰ সাজি উলিওৱা হৈছে এই ষ্টেডিয়ামখন।

২০১৫ চনত মেৰামতিৰ প্ৰয়োজন হোৱাত ষ্টেডিয়াম খন বন্ধ কৰি দিয়া হৈছিল।

মেৰামতিৰ পিছত পুনৰ মুকলি কৰা ষ্টেডিয়াম খন লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ নামতে ৰখা হ’ব বুলি সকলোৱে ভাবিছিল যদিও আজি চূড়ান্ত একনায়কত্ববাদৰ পৰিচয় দি ষ্টেডিয়া৪ম খন মোদীৰ নামৰেহে নামকৰণ কৰা হ’ল।

Recent News

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

IMG-20210421-WA0040(1)

বোকাখাতৰ বৰচাপৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত দুই বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd