• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

যান-বাহন কিনি চলোৱাতো সহজ কথা নহ’ব সাধাৰণ মানুহৰ বাবে : কেইবাগুণো বৃদ্ধি পাব গাড়ী পঞ্জীয়নৰ মাচুল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2019 12:40 pm
-traffic-08-dna

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতিশীৰ্ঘে নতুন বাহন পঞ্জীয়ন কৰাৰ সময়ত আপুনি অতিৰিক্ত ৪,৪০০ টকা আৰু পঞ্জীয়ন নবীকৰণৰ বাবে অতিৰিক্ত ৯,৪০০ টকা ভৰিব লগা হ’ব। বৰ্তমান বাহনৰ পঞ্জীয়ন আৰু নবীকৰণ কৰাৰ মাচুল হ’ল ৬০০ টকা।

কেন্দ্ৰীয় মন্ত্ৰণালয়ে ডিজেল আৰু পেট্ৰ’ল চালিত গাড়ীৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে আৰু ইলেক্ট্ৰিক বাহনৰ প্ৰসাৰ বৃদ্ধি কৰাৰ বাবে গাড়ীৰ পঞ্জীয়ন মাচুল বৃদ্ধি কৰা বুলি ধাৰণা কৰা হৈছে।

Apply Now

দুচকীয়া বাহনৰ নতুন পঞ্জীয়নৰ ক্ষেত্ৰত পূৰ্বৰ ৫০ টকাৰ পৰিবৰ্তে নতুন পঞ্জীয়ন মাচুল হ’ব ১,০০০ টকা আৰু নবীকৰণৰ বাবে মাচুল হ’ব ২০০০ টকা।

কেবৰ ক্ষেত্ৰত নতুন পঞ্জীয়ন আৰু নবীকৰণৰ মাচুল হ’ব বৰ্তমানৰ ১,০০০ টকাৰ পৰিৱৰ্তে ক্ৰমে ১০,০০০ আৰু ২০,০০০ টকা।

পৰম্পৰাগত ইন্ধনেৰে পথত চলাচল কৰা যান-বাহনৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আমদানিকৃত বাহনৰ ক্ষেত্ৰত পঞ্জীয়ন মূল্য ৫,০০০ টকাৰ পৰিবৰ্তে ৪০,০০০ টকালৈ বৃদ্ধি কৰাৰ বাবে খচৰা অধিসূচনাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

আমদানিকৃত মটৰ চাইকেলৰ বাবে পঞ্জীয়ন মূল্য বৰ্তমানৰ ২,৫০০ টকাৰ পৰিৱৰ্তে ২০,০০০ টকালৈ বৃদ্ধি পাব। আগন্তুক ৪০-৪৫ দিনৰ ভিতৰত চূড়ান্ত মাচুল সম্বন্ধে ঘোষণা কৰাৰ পূৰ্বে বিভিন্ন অংশীদাৰি গোটৰ প্ৰতিক্ৰিয়া পৰ্যালোচনা কৰা হ’ব বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে।

ইলেক্ট্ৰিক আৰু বেটাৰী চালিত বাহনৰ ক্ষেত্ৰত পঞ্জীয়ন মূল্যৰ বিশেষ ৰেহাইৰ বাবে মন্ত্ৰণালয়ে ইতিমধ্যে এটা খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰিছে। তাৰোপৰি, পুৰণি বাহনৰ সলনি নতুন বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত পঞ্জীয়ন মূল্য বিনামূলীয়া কৰাৰো যো-জা চলোৱা হৈছে।

আনহাতে, ট্ৰাক, বাছ আদিকে ধৰি বাণিজ্যিক বাহনসমূহৰ নবীকৰণ মাচুল ২৭ গুণ বৃদ্ধি কৰাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে যাতে মানুহে ১৫ বছৰ হোৱাৰ পাছত পুৰণি গাড়ীখন সলনি কৰি নতুন গাড়ী ক্ৰয় কৰে।

পেট্ৰ’ল আৰু ডিজেল চালিত বাহনসমূহৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়ৰ অন্তৰালত বাহনৰ ফিটনেছ পৰীক্ষা আৰু ১৫ বছৰতকৈ পুৰণা বাহনৰ ক্ষেত্ৰত বছৰত দুবাৰকৈ পৰীক্ষা কৰাৰ প্ৰস্তাব লোৱা হৈছে।

মন্ত্ৰণালয়ে বাহনৰ মেনুৱেল আৰু স্বয়ংক্ৰিয় ফিটনেছ টেষ্টৰ মাচুল বৃদ্ধি কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰিছে। ১৫ বছৰ পুৰণি বাহনৰ গৰাকীয়ে নতুন ফিটনেছ প্ৰমাণপত্ৰ লাভ কৰাত ব্যৰ্থ হ’লে প্ৰতিদিনে অতিৰিক্ত ৫০ টকাকৈ আদায়  দিব লাগিব।

ৰাজহুৱা যান-বাহনসমূহক প্ৰতিবন্ধী ফ্ৰেইণ্ডলি কৰাৰ অৰ্থে ফিটনেছ পৰীক্ষা কৰা এজেঞ্চিসমূহে বাহনখনত প্ৰতিবন্ধী ফ্ৰেইণ্ডলি ব্যৱস্থাসমূহ যেনে হুইল চেয়াৰ উঠাব পৰা সুবিধা, প্ৰতিবন্ধীক অগ্ৰাধিকাৰ দিয়া আদি উপলব্ধ হয় নে নহয় পৰীক্ষা কৰিব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd