• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কামাখ্যা মন্দিৰৰ কলচীত ১৯ কিলো সোণেৰে নতুন প্ৰলেপ লগোৱালে ৰিলাইন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড-এ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 19, 2020 11:56 am

1 min read

কামাখ্যা মন্দিৰৰ কলচীত ১৯ কিলো সোণেৰে নতুন প্ৰলেপ লগোৱালে ৰিলাইন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড-এ
505
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূৱ ভাৰত বিখ্যাত ঐতিহ্যসম্পন্ন কামাখ্যা মন্দিৰৰ শিখৰত থকা কলচীত সোণৰ প্ৰলেপ লগালে আম্বানীৰ ৰিলাইন্স ইণ্ডাষ্টিজ লিমিটেড-এ।

দুৰ্গা পূজাৰ পূৰ্বৰে পৰা এই কলচীত সোণৰ প্ৰলেপ লগোৱা কাম আৰম্ভ হৈছিল বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জানিবলৈ দিয়ে কামাখ্যাৰ বৰ দলৈ মোহিত চন্দ্ৰ শৰ্মাই।

কলচিটোত ১৯ কেজিকৈ সোণৰ প্ৰলেপ দিয়া হৈছে বুলি তেঁও জনোৱাৰ লগতে তেওঁ কয় “এয়া কোনোধৰণৰ পুনৰ নিৰ্মাণ নহয়। মাত্ৰ পূৰ্বৰ কলচিৰ ওপৰতহে প্ৰলেপ দিয়া হৈছে।”

index.jpga

আজি পুৱাৰ ভাগত এই কলচীৰ ওপৰত লগোৱা সোণৰ প্ৰলেপ ঢাকি ৰখা বস্ত্ৰখন আঁতৰাই দিয়া হয়।

কোভিড সৃষ্ট পৰিবেশৰ বাবে কোনো আড়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠান অনুষ্ঠিত নকৰি অনিষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় বুলি সাংবাদিকক জানিবলৈ দিয়ে দলৈ শৰ্মাই।

উল্লেখযোগ্য যে, কামাখ্যা মন্দিৰৰ মূল গম্বুজত ইতিমধ্যে তিনিটা সোণৰ কলচী আছে। কলচীকেইটা পূৰ্বতকৈ ডাঙৰকৈ নিৰ্মাণ কৰা হ’ব বুলি পূৰ্বে কোৱা হৈছিল।

কিন্তু আজি মন্দিৰৰ বৰ দলৈ শৰ্মাই কয় যে গম্বুজৰ কলচি নতুনকৈ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে সোণৰ প্ৰলেপহে লগোৱা হৈছে। ইয়াৰ বাবে প্ৰায় ১৯ কিলোগ্ৰাম সোণ প্ৰদান কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড-এ।

ৰিলেয়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে এই কামৰ বাবে ইতিমধ্যে তেওঁলোকৰ অভিযন্তা আৰু শিল্পীৰ দলক নীলাচললৈ প্ৰেৰণ কৰিছিল আৰু ৰিলায়েন্স জুৱেলে এই কামৰ তদাৰক কৰিছিল।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd