• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ ২ বছৰতে বিচ্ছেদ! ৰিলায়েন্সৰ পৰা আঁতৰি গ’ল এই বিদেশী পাৰ্টনাৰ; কাৰণটো কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2024 6:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত তথা এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স ৰিটেইলে ব্ৰিটিছ পাৰ্টনাৰৰ সৈতে অংশীদাৰিত্বৰ অন্ত পেলাইছে। এই প্ৰসংগত লাভ কৰা তথ্য অনুসৰি ব্ৰিটেইনৰ সুপৰিচিত জোতাৰ ব্ৰেণ্ড ক্লাৰ্কছ আৰু ৰিলায়েন্স ৰিটেইলে ২ বছৰ পূৰ্বে জইন্ট ভেঞ্চাৰ গঠন কৰিছিল। সূত্ৰ অনুসৰি, অংশীদাৰিত্বৰ চৰ্তক লৈ দুয়োটা কোম্পানীৰ মাজত মতানৈক্যৰ সৃষ্টি হয়। যাৰ ফলত এই জইন্ট ভেঞ্চাৰত কাম কৰা সম্ভৱ হোৱা নাই। এনে পৰিস্থিতিত দুয়োটা কোম্পানীৰ পাৰ্টনাৰশ্বিপৰ অন্ত পৰিছে।

ইফালে দেশৰ সৰ্ববৃহৎ খুচুৰা বিক্ৰেতা কোম্পানী ৰিলায়েন্স ৰিটেইলে এই বিষয়ত  কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাই। ক্লাৰ্কছৰ পৰাও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। কিন্তু সূত্ৰই জনোৱা মতে, এই অংশীদাৰিত্ব বিফল হোৱাৰ পিছত ক্লাৰ্কছে ভাৰতত নিজৰ ষ্ট’ৰ বন্ধ কৰিবলৈ আৰম্ভ কৰে।

লগতে পঢ়কঃ ঘন্টাত ১০ লাখ মাইল বেগত মহাকাশত ঘুৰিছে ৰহস্যময় অৱজেক্ট! মহাপ্ৰলয়ত ধ্বংস হ’ব পৃথিৱী?

Apply Now

সূত্ৰ অনুসৰি এই ব্ৰিটিছ জোতাৰ ব্ৰেণ্ডে প্ৰায় ১০ দিন পূৰ্বে ইনঅৰ্বিট মলত নিজৰ ষ্ট’ৰ বন্ধ কৰি দিছে। শেহতীয়াকৈ তেওঁলোকে ডি এল এফ মলত থকা ষ্ট’ৰটোও বন্ধ কৰি দিয়ে। ব্ৰেণ্ডটোৰ ৱেবছাইট অনুসৰি ক্লাৰ্কছে ৰিলায়েন্স ৰিটেইলৰ সৈতে অংশীদাৰিত্বৰে মুম্বাই, দিল্লী, বেংগালুৰু, কলকাতা আৰু হায়দৰাবাদৰ দৰে চহৰত ভাৰতত ৩০টাতকৈও অধিক ষ্ট’ৰ খুলিছিল।

ইফালে, ব্ৰেণ্ডটোৰ ডি এল এফ, ইনঅৰ্বিট, লুলু আৰু ফিনিক্স মলতো ষ্ট’ৰ আছে। জনা যায় যে ভাৰতীয় বজাৰত প্ৰৱেশ কৰাৰ বাবে গ্লোবেল ব্ৰেণ্ডসমূহৰ প্ৰথম পছন্দ হৈছে ৰিলায়েন্স ৰিটেইল। কাৰণ এই কোম্পানীটোৰ ভাৰতীয় বজাৰৰ বিষয়ে গভীৰ ধাৰণা আছে। লগতে এই কোম্পানীটোৰ বহুতো সম্পদ আছে।

লগতে পঢ়কঃ অসমকে ধৰি ১৮খন ৰাজ্যৰ মুখ্য সচিবক উচ্চতম ন্যায়ালয়ৰ চমন, হাজিৰ নহ’লে গ্ৰেপ্তাৰী পৰোৱানা

উল্লেখ্য যে ক্লাৰ্কছে এদশকৰো অধিক সময় ভাৰতত ব্যৱসায় কৰি আহিছে। ২০১১ চনত কোম্পানীটোৱে কিশোৰ বিয়ানী নেতৃত্বাধীন ফিউচাৰ গ্ৰুপৰ সৈতে জইন্ট ভেঞ্চাৰ গঠন কৰে। ফিউচাৰ গ্ৰুপৰ ফ্লেগশ্বিপ কোম্পানী ফিউচাৰ ৰিটেইল দেউলীয়া হ’ল। ইফালে ভাৰতত ক্লাৰ্কছৰ ব্যৱসায় বৰ্তমান এক অস্থিৰ পৰ্যায়ত। কাৰণ, বহু গ্লোবেল ব্ৰেণ্ডে ইতিমধ্যে ভাৰতীয় বজাৰত নিজৰ উপস্থিতি সম্প্ৰসাৰণ কৰিছে। এই পৰিস্থিতিত ক্লাৰ্কছে ভাৰতত নতুন অংশীদাৰ বিচাৰিব নে ইয়াৰ সম্পূৰ্ণ মালিকানাধীন স্থানীয় সহযোগী কোম্পানীৰ জৰিয়তে বজাৰত কাম কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd