• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩,০০০ কিঃমিঃ পৰিভ্ৰমণ কৰা ৱাকাৰক জিপিএছ দ্বাৰা অনুসৰণ বন বিভাগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2020 9:17 pm
ROYAL-BENGAL-TIGER-990x620

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩,০০০ কিঃমিঃ পৰিভ্ৰমণ কৰা এটা ঢেকীয়াপতীয়া বাঘক জিপিএছ দ্বাৰা বন বিভাগে অনুসৰণ কৰা এক খবৰে দেশত চৰ্চা লাভ কৰিছে।

৩,০০০ কিলোমিটাৰ(১,৮০০ মাইল) জোৰা এটা বৃহৎ অঞ্চল পৰিভ্ৰমণ কৰা পিছত ৱাকাৰৰ ডিঙিত পিন্ধাই থোৱা জিপিএছৰ বেল্ট বিচ্ছিন্ন কৰা হয় ৰিম’ট কণ্ট্ৰলৰ দ্বাৰা।

Apply Now

ভাৰতীয় বন বিভাগে ৱাকাৰ নামৰ এটা তিনিবছৰীয়া ঢেকীয়াপতীয়া বাঘৰ ডিঙিত ৰডিঅ’ জিপিএছ সংযোগী এডাল বেল্ট পিন্ধাই ৱাকাৰৰ পৰিভ্ৰমণৰ তথা বিচৰণ ভূমি আৰু পথৰ ট্ৰেচ কৰিছিল।

যোৱা বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা এই ট্ৰেছিঙৰ সময়ছোৱাত ৱাকাৰৰ পৰিভ্ৰমণৰ তালিকাখনে বহু আমোদজনক আৰু অবিশ্বাস্য তথ্য দিছে বন বিভাগক।

উল্লেখ্য যে ৱাকাৰ নামৰ তিনিবছৰীয়া ঢেকীয়াপতীয়া বাঘটোৰ ডিঙিত সংযোগ কৰা ৰেডিঅ’ জিপিএছৰ ডিভাইছো এটা ৰিম’টৰ সৈতে সংযোগ কৰা হৈছিল।

উল্লেখ্য যে, বাঘৰ বিচৰণ ট্ৰেচ কৰিবলৈ বাঘৰ ডিঙিত এডাল বেল্টত ৰিম’ট সংযোগী জিপিএছ সংলগ্ন কৰি দিয়া হয়।

ৱাকাৰে মাত্ৰ এটা বছৰতে ৩,০০০ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা পিছত জিপিএছ সংলগ্ন বেল্টডাল ৰিম’টৰ দ্বাৰা ৱাকাৰ ডিঙিৰ পৰা বিচ্ছিন্ন কৰি দিয়া হয়।

আনহাতে যোৱা বৰ্ষত ভূটানৰ পৰা অসমৰ কাজিৰঙাৰ হৈ অৰুনাচল প্ৰদেশৰ পৰা পুনৰ ভূটানলৈ ওভতি অহা এটা ঢেকীয়াপতীয়া বাঘৰো বিচৰণ ভূমি আৰু পৰিভ্ৰমণ পথ ট্ৰেচ কৰিছিল বন বিভাগে।

অকোৱা পকোৱা বাটেৰে যাত্ৰা আৰম্ভ কৰা উক্ত বাঘটোৰ ডিঙিৰ পৰা জিপিএছৰ ডিভাইছটো ভূটান আৰু চীন সীমান্তৰ হিমালয় পাদদেশৰ এক পাহাৰীয়া অঞ্চলত ৰিম’ট কণ্ট্ৰ’লৰ দ্বাৰা বিচ্ছিন্ন কৰা হৈছিল।

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সমীক্ষাৰ মতে বাঘটোৱে ভূটানৰ পৰা যাত্ৰা আৰম্ভ কৰি অসমৰ মানস ব্যাঘ্ৰ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছিল। তাৰ পৰাই কাজিৰঙা হৈ অৰুনাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰী উদ্যানত কিছুদিন থাকি চাকটেং অভৰায়ণ্যলৈ যায় বাঘটো।

তাৰ পিছত বাঘটোৰ জিপিএছ ট্ৰেচিঙত ধৰা পৰে যে বাঘটো তাৰ পৰা ক্ৰমে ঝ’ম’টছাংখা বন্যপ্ৰাণী অভয়াৰণ্য আৰু ছানদ্ৰুপ জংখাৰ এটা খণ্ডত প্ৰৱেশ কৰিছিল।

ইয়াৰ পিছত কাজিৰঙালৈ ওভতি আহি পুনৰ কাজিৰঙাৰ পৰা কলিয়াভোমোৰা হৈ তেজপুৰ চহৰেদি নামেৰী হৈ ভূটানলৈ যোৱাৰ তথ্য লাভ কৰিছিল ট্ৰেচিঙত।

পৰিৱেশবিধসকলৰ মতে সাধাৰণতে ভূটানৰ ৰয়েল মানস উদ্যানৰ পৰা কাজিৰঙা আৰু নামদফালৈ বাঘসমূহৰ পৰিভ্ৰমণ কৰাৰ তথ্য লাভ কৰা যায়।

উল্লেখ্য যে ডিঙিত বেল্টেৰ সংলগ্ন কৰি দিয়া জিপিএছৰ জৰিয়তে বাঘৰ বিচৰণ স্থলী আৰু পথৰ সঠিক সম্ভেদ লাভ কৰা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm
কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm
কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd