• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হেম বৰাৰ নতুন ছুটি ছবিৰ মহুৰত : বোকাখাত আৰু কাজিৰঙাৰ বিভিন্ন লোকেশ্যনত দৃশ্যগ্ৰহণ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 25, 2018 12:56 pm
ডে ড্ৰিমছ

নির্মীয়মান ছুটি ছবি 'ডে ড্ৰিমছ'ৰ এটি দৃশ্য। ফটো : উত্তম শইকীয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ দিনৰ পাছত অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাবে উভতি আহিছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা হেম চন্দ্ৰ বৰা ৷ ‘নিয়তি’ আৰু ‘সংকল্প’ নামৰ কথাছবিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা হেমচন্দ্ৰ বৰাই এখন নতুন অসমীয়া ছুটি ছবি নিৰ্মাণৰ কাম বোকাখাতৰ বিভিন্ন লোকেশ্যনত ইতিমধ্যে আৰম্ভ কৰিছে ৷

যোৱা ২৪ আগষ্টত বোকাখাতৰ ধনশিৰিমুখৰ নদীৰ পাৰত ছবিখনৰ শুভ মহুৰত অনুষ্ঠিত হয় ৷ অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভবানন্দ কলিতা, বোকাখাতৰ ইলেক্ট্ৰনিকচ মিডিয়া জাৰ্নেলিষ্ট এছোচিয়েশ্যনৰ সম্পাদক প্ৰদ্যুত মহন্তৰ উপৰিও স্থানীয় বহু লোক আৰু ছবিখনৰ কলাকুশলীসকল উপস্থিত থাকে ৷

Apply Now
ডে ড্ৰিমছ (2)
হেম বৰাৰ নিৰ্মীয়মান ছুটি ছবি ‘ডে ড্ৰিমছ’ৰ এটি দৃশ্যাংশ। ফটো : উত্তম শইকীয়া

মহুৰত অনুষ্ঠানত জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাই নাৰিকল ভাঙি আৰু ভৱানন্দ কলিতাই কেমেৰাত গামোছা দি ছবিখনৰ শুভ উদ্বোধন কৰে ৷ জলী ফিল্মচৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া ‘ডে ড্ৰিমছ’ নামৰ এই ছুটি অসমীয়া ছবিখনৰ কাহিনী ,চিত্ৰনাট্য আৰু পৰিচালনা হেম চন্দ্ৰ বৰাৰ।

ছবিখনৰ সহযোগী পৰিচালনা দিপক কুমাৰ ৰয়ৰ ৷ সহকাৰী পৰিচালক হিচাপে আছে উত্তম শইকীয়া আৰু  সমাদ্ৰিতা ৰুদ্ৰাজ বৰা গগৈ ৷ চিত্ৰগ্ৰহণ কৰিছে নৱ কুমাৰ দাসে ৷ মননশীল এই ছবিখনত অভিনয় কৰিব অনিন্দিতা ৰূদ্ৰাজ বৰা,  দিপক কুমাৰ ৰয় , ৰাজেন ফুকন, ৰিন্টু শইকীয়া, চন্দ্ৰ কান্ত ভূঞা,  জিনুমনি ডেকা,  দিপ ঠাকুৰীয়া,  মৃতুঞ্জয় শইকীয়া, ৰূপা হাজৰিকা আৰু শিশু শিল্পী গ্ৰান্থিক বৰাৰ লগতে ন পুৰণি শিল্পীয়ে।

অহা ১০ দিনত বোকাখাত আৰু কাজিৰঙাৰ বিভিন্ন প্ৰান্তত এই ছুটি ছবিখনৰ দৃশ্যগ্ৰহণ সম্পুৰ্ণ কৰিব বুলি ছবিখনৰ পৰিচালক হেম চন্দ্ৰ বৰাই জনাইছে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd