• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 24, 2023 2:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইদিনা ৰাজ্যসভাত কৈছিল, “ৰামায়ণ ধাৰাবাহিকৰ পিছত মই আপোনাৰ সৌজন্যত শূৰ্পনাখাৰ দৰে এনে হাঁহি শুনিবলৈ পালো। লক্ষ্য আছিল প্ৰধানমন্ত্ৰীক ব্যংগ কৰি হাঁহি দিয়া তেলেংগানাৰ কংগ্ৰেছ সাংসদ ৰেণুকা চৌধুৰী।

ৰেণুকাই কৈছে যে তেওঁ এইবাৰ মোডীৰ ২০১৮ ৰ মন্তব্যৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিব। ঘটনাক্ৰমে, তেওঁৰ দলৰ নেতা ৰাহুল গান্ধীক গুজৰাটৰ এজন বিজেপি নেতাই দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড দিয়া হৈছে।

লগতে পঢ়ক: কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ: চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১৪ টা বিৰোধী দল

Apply Now

শুকুৰবাৰে টুইটাৰযোগে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰেণুকাই লিখিছে, “এইবাৰ আদালতে কি ব্যৱস্থা গ্ৰহণ কৰে আমি চাম। তেওঁ ৮ ফেব্ৰুৱাৰী, ২০১৮ তাৰিখে ৰাজ্যসভাত মোডীৰ বিতৰ্কিত মন্তব্যৰ ভিডিঅ’ ক্লিপিংছো পোষ্ট কৰিছে।

প্ৰত্যক্ষদৰ্শীৰ একাংশ সাংসদে জনোৱা মতে, মোডীয়ে সেইদিনা ৰাজ্যসভাৰ অধিৱেশনৰ আৰম্ভণিতে ভাষণ দিয়াৰ বাবে তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ধন্যবাদ জনাই আধাৰ সম্পৰ্কে মুখ খুলিছিল। মোডীয়ে দাবী কৰিছিল যে অটল বিহাৰী বাজপেয়ীৰ সময়ত আধাৰৰ পৰিকল্পনা কৰা হৈছিল। কংগ্ৰেছৰ সাংসদ আৰু মনমোহন সিঙ চৰকাৰৰ মন্ত্ৰী ৰেণুকাই প্ৰধানমন্ত্ৰীৰ মন্তব্যত হাঁহিবলৈ আৰম্ভ কৰে।

লগতে পঢ়ক: ৰাহুল গান্ধীৰ কেম্ব্ৰিজ ভাষণ: বিজেপি নেতাৰ আবেদন খাৰিজ আদালতৰ

ৰাজ্যসভাৰ তদানীন্তন অধ্যক্ষ ভেংকায়া নাইডুৱে ৰেণুকাৰ সৰৱ হাঁহিৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছিল। তেওঁ কংগ্ৰেছ সাংসদৰ আচৰণক গৰিহণা দিছিল আৰু তেওঁক সতৰ্ক কৰিছিল। ভেংকায়াৰ এই ভাবুকিৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰেণুকাক সমালোচনা কৰে। তেওঁ ভেংকায়াক কৈছিল, “মাননীয় অধ্যক্ষ, মই আপোনাক ৰেণুকাজীক একো নক’বলৈ অনুৰোধ জনাইছো। ৰামায়ণ ধাৰাবাহিকৰ পিছত এনে ধৰণৰ শূৰ্পনাখাসদৃশ হাঁহি শুনিবলৈ পোৱাটো সৌভাগ্যৰ বিষয়। মোডীয়ে ৰেণুকাৰ হাঁহিক শূৰ্পনাখাৰ হাঁহিৰ সৈতে তুলনা কৰিছিল।

This classless megalonaniac referred to me as Surpanakha on the floor of the house.

I will file a defamation case against him. Let's see how fast courts will act now.. pic.twitter.com/6T0hLdS4YW

— Renuka Chowdhury (@RenukaCCongress) March 23, 2023

ৰেণুকা সম্পৰ্কে মোডীৰ মন্তব্যৰ পিছত বিৰোধী সাংসদসকল সৰৱ হৈছিল। ভেংকায়াই তেওঁৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ নাকচ কৰিছিল। ইয়াৰ পিছতে বিজেপি সাংসদ আৰু তেতিয়াৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। তাত থকা এটা ভিডিঅ’ত ৰামায়ণৰ চৰিত্ৰ শূৰ্পনাখাৰ অট্টহাস্য আছিল!

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd