• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকা যুক্তৰাষ্ট্ৰত তীব্ৰ ডিজেল সংকট; উৱাদিহ পোৱা নাই বিডেন প্ৰশাসনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2022 1:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Diesel shortage across the US deepens ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰত এক অভূতপূৰ্ব ডিজেল সংকট দেখা দিছে। ইতিমধ্যে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ এটা কোম্পানীয়ে জৰুৰীকালীন যোগান প্ৰটোকল প্ৰৱৰ্তন কৰিছে। কোম্পানীটোৱে গ্ৰাহকসকলক ৭২ ঘণ্টা আগতে অৰ্ডাৰ দিবলৈ অনুৰোধ জনাইছে যাতে যোগান সঠিকভাৱে সম্পূৰ্ণ কৰিব পৰা যায়।

প্ৰতিবেদনত দাবী কৰা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিজেলৰ মজুত কেইবা মাহ ধৰি হ্ৰাস হৈ আহিছে। এই মাহত মজুত ১৪ বছৰৰ নিম্নতম স্তৰলৈ হ্ৰাস পাইছে। বৰ্তমান দেশৰ সঞ্চয়ত মাত্ৰ ২৫ দিনৰ ডিজেল ষ্টকহে বাকী আছে।

লগতে পঢ়ক: টাটা ষ্টীলৰ প্ৰাক্তন পৰিচালন সঞ্চালক ‘ষ্টীল মেন অৱ ইণ্ডিয়া’ খ্যাত জামছেদ ইৰাণীৰ দেহাৱসান

Apply Now

ডিজেল আৰু অন্যান্য ডিষ্টিলড ইন্ধন পৰিবহনৰ বাবে দেশৰ সৰ্ববৃহৎ পাইপলাইন কল’নিয়েল ইতিমধ্যে সম্পূৰ্ণৰূপে বুক কৰা হৈছে। যদি এই ইন্ধনবোৰ সোনকালে যোগান ধৰা সম্ভৱ হয় তেনেহ’লে যোগানৰ চাপ হ্ৰাস হ’ব পাৰে। কিন্তু ইয়াত দীঘলীয়া সময় লাগিব। প্ৰথম ডেলিভাৰীটো নৱেম্বৰৰ আৰম্ভণিতে হ’ব।

এই সপ্তাহৰ আৰম্ভণিতে বিনিয়োগ বেংক গোল্ডমেন চাক্সে ডিজেল সংকটৰ বিষয়ে সতৰ্ক কৰি দিছিল। এই সংকট কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে নহয়, সমগ্ৰ ইউৰোপতে বিয়পি পৰিছে। ফলস্বৰূপে আগন্তুক শীতকালত ইন্ধনৰ মূল্য নিয়ন্ত্ৰণৰ বাহিৰত থাকিব।

লগতে পঢ়ক: সামৰিক কুচকাৱাজ! আমেৰিকা-দক্ষিণ কোৰিয়াই চলাইছে বৃহৎ যৌথ যুদ্ধবিমান অনুশীলন

বেঙ্কটোৰ মতে, শোধনাগাৰ সক্ষমতাত বিনিয়োগৰ অভাৱ, শোধনাগাৰ বন্ধ হোৱা আৰু শোধনৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ বাবে পৰিশোধিত ইন্ধন তেলৰ অভাৱ হৈছে। আৰু ইয়াৰ ভিতৰত আটাইতকৈ গুৰুতৰ ৰূপ ধাৰণ কৰিছে ডিজেল সংকটে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd