• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ অগপ বিধায়িনী দলৰ প্ৰতিনিধিসকলৰ ৫ লাখ টকাৰ বৰঙনি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2019 7:31 am
AGP deligation

মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে অগপ বিধায়িনী দলৰ প্ৰতিনিধিসকল

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষত প্ৰলয়ংকাৰী বানৰ কবলত পৰা ৰাজ্যবাসীক সহায়ৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা আহ্বানৰ প্ৰতি সহাৰি দি শুকুৰবাৰে মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙনি আগবঢ়াই অসম গণ পৰিষদৰ বিধায়িনী দলৰ প্ৰতিনিধিসকলে।

অগপৰ সভাপতি অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ফনীভূষণ চৌধুৰীকে আদি কৰি দলটোৰ বিধায়কসকলে মুখ্য মন্ত্ৰী সোণোৱালক কাৰ্য্যালয়ত সাক্ষাৎ কৰি মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ বৰঙনি আগবঢ়ায়।

Apply Now

উল্লেখযোগ্য যে, অগপ বিধায়িনী দলৰ প্ৰনিধিসকলৰ উপৰিও শুকুৰবাৰে কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ ১ লাখ টকাৰ বৰঙনি আগবঢ়ায়।

তদুপৰি, অসম চৰকাৰৰ মাননীয় ৰাজ্যিক মন্ত্ৰী ভবেশ কলিতা আৰু ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহালে ক্ৰমে ১.২৫ লাখ আৰু ৮০ হাজাৰ টকাৰ বৰঙনি আগবঢ়ায়।

মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ ৬০,০০০ টকাৰ এখন চেক আগবঢ়ায়।

অসমৰ বানপিড়িত ৰাইজক সহায়ৰ বাবে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোকসকল আগবাঢ়ি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

September 7, 2026 9:27 am
ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

September 7, 2026 8:49 am
বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

September 7, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

September 7, 2026 9:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd