• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা TRP গোচৰত গ্ৰেপ্তাৰ ৰিপাব্লিক টিভিৰ শীৰ্ষ বিষয়া ঘনশ্যাম সিং

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2020 1:51 pm
BARC-charges-Republic-TV-with-misrepresenting_SECVPF
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভুৱা টিআৰপি গোচৰ পুনৰ চৰ্চালৈ আহিছে ৰিপাব্লিক মিডিয়া নেটৱৰ্ক। মঙলবাৰে মুম্বাইৰ ক্ৰাইম ব্ৰাঞ্চৰ বিশেষ তদন্তকাৰী দলে এই গোচৰত গ্ৰেপ্তাৰ কৰিছে ৰিপাব্লিক মিডিয়াৰ সহকাৰী ভাইচ প্ৰেছিডেন্ট তথা ডিষ্ট্ৰিবিউশ্যনৰ মুখ্য বিষয়া ঘনশ্যাম দিলীপ কুমাৰ সিঙক।

ৰিপাব্লিক মিডিয়াৰ এই শীৰ্ষ বিষয়াগৰাকীক মঙলবাৰে পুৱাই ক্ৰাইম ব্ৰাঞ্চৰ বিষয়াই থানেৰ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে। সিঙক আজিয়েই আদালতত হাজিৰ কৰোৱা হ’ব।

Apply Now

ইয়াৰ পূৰ্বে ক্ৰাইম ব্ৰাঞ্চৰ বিশেষ তদন্তকাৰী দলে কেইবাবাৰো ঘনশ্যাম সিঙক জেৰা চলাইছিল।

এই গোচৰত মুম্বাই আৰক্ষীয়ে এতিয়ালৈকে ১২জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ইপিনে, ৰিপাব্লিক টিভিয়ে আজি পুৱাই  টুইটাৰৰ যোগে কয়,’’ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ ওপৰত আক্ৰমণ অব্যাহত আছে। আজু ৰিপাব্লিক টিভিৰ সহকাৰী ভাইচ প্ৰেছিডেন্ট তথা ডিষ্ট্ৰিবিউশ্যনৰ মুখ্য বিষয়া ঘনশ্যাম সিঙক ভুৱা টিআৰপি গোচৰত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।‘’

In a brazen misuse of power, Republic Media Network’s Assistant Vice President Mr. Ghanshyam Singh was arrested at 7:40am by the Mumbai Police. Ghanshyam’s arrest, like Arnab’s illegal arrest, is born out of prescripted vendetta instead of evidence and facts. #IndiaWithArnab pic.twitter.com/RkX8iFswV7

— Republic (@republic) November 10, 2020

আনহাতে, ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া শচীন বাজে এই গ্ৰেপ্তাৰৰ কথা নিশ্চিত কৰি কয়,’’ আজিয়েই সিঙক আদালতত হাজিৰ কৰোৱা হ’ব। আমি তেওঁক আৰক্ষীৰ জিম্মাত দিয়াৰ বাবে আৰ্জি জনাম।‘’

যোৱা ৮ অক্টোবৰত মুম্বাই আৰক্ষীৰ শীৰ্ষ বিষয়া পৰমবীৰ সিঙে জনাইছিল যে মুম্বাইৰ দুটা স্থানীয় চেনেল আৰু ৰিপাব্লিক টিভি ভুৱা টিআৰপি ৰেটিং চক্ৰত জড়িত। পাছত দাখিল কৰা এফ আই আৰৰ কপিত ৰিপাব্লিকৰ নাম অহা নাছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd