• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জীয়াজুৰি চাহ বাগিছাত উদ্ধাৰ কৰা ৰজা ফেটি চোৱাং বনাঞ্চলত মুকলি কৰি দিলে প্ৰকৃতিপ্ৰেমীয়ে

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
July 6, 2019 1:08 pm
King Kobra rescued

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই শুকুৰবাৰে বিয়লি ভাগত উদ্ধাৰ কৰে এডাল বৃহৎ আকৃতিৰ ৰজা ফেটি সাপ।

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী জীয়াজুৰি চাহ বাগানত শ্ৰমিক সকলে কাম কৰি থকা অৱস্থাত বৃহৎ আকৃতিৰ সাপডাল দেখি হুৱা-দুৱা লগায়। পাছত ঘটনাৰ খৱৰ পাই প্ৰায় ১৪ফুট দৈৰ্ঘ্যৰ সাপ ডাল স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই সাহসিকতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Apply Now

পৰৱৰ্তী সময়ত বিৰল প্ৰজাতিৰ ৰজা ফেঁটি সাপ ডাল দুলু বৰাই পত্নীৰ সহযোগত নগাঁৱৰ চাপানালাৰ নিকটৱৰ্ত্তী চোৱাং সংৰক্ষিত বনাঞ্চলত মুক্ত কৰি দিয়ে বুলি জানিব পৰা গৈছে।

IMG-20190704-WA0009
ফটো : নৰ্থইষ্ট নাও

উল্লেখযোগ্য যে, ২০১৪ বৰ্ষত “চেঞ্চুৰী এছিয়া ৱাইল্ড লাইফ চাৰ্ভিচ এৱাৰ্ড” প্ৰাপক বিনোদ দুলু বৰাই বৰ্তমানলৈকে ২০ডাল ৰাজ ফেঁটি সহ প্ৰায় ৬০০-ৰো অধিক বিভিন্ন প্ৰজাতিৰ সাপ সংকটজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

দীৰ্ঘদিন ধৰি নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলটোত বন্যহস্তী আৰু মানুহৰ মাজৰ সংঘাত দূৰ কৰাৰ প্ৰচেষ্টা চলাই থকা দুলু বৰাই এতিয়ালৈকে প্ৰায় ৬০০০-ৰো অধিক বন্যপ্ৰাণী বিভিন্ন অস্বাভাৱিক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি চোৱাং সংৰক্ষিত বনাঞ্চলত তথা তাৰ আশেপাশে মুক্ত কৰি দিবলৈ সক্ষম হৈছে।

অৱশ্যে মুক্ত কৰি দিয়াৰ পূৰ্বে যুৱক জনে উদ্ধাৰ কৰা বন্যপ্ৰাণী সমূহৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে প্ৰয়োজন হ’লে কিছু দিনৰ বাবে চিকিৎসা প্ৰদান তথা তদাৰক কৰিবৰ বাবে উচিত সংৰক্ষণৰো ব্যৱস্থা কৰি আহিছে।

ইপিনে, বহু সৰুৰে পৰা জীৱ-জন্তুৰ সৈতে জড়িত হৈ পৰা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাক সদ্য বিবাহিতা পত্নী মেঘ্না বৰাই সম্প্ৰতি বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত সকলোবোৰ কামতে ওতঃপ্ৰোত ভাবে জড়িত থাকি সহযোগিতা আগবঢ়াই অহা পৰিলক্ষিত হৈছে। ইয়াৰ বাবে কেৱল প্ৰকৃতিপ্ৰেমী সকলৰ মাজতে নহয়, সমগ্ৰ নগাঁও বাসীৰ মাজতে এক চৰ্চাৰ বিষয় হৈ পৰিছে এইহাল দাম্পতি।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd