DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মানৱ শৰীৰত গাহৰিৰ বৃক্ক প্ৰতিস্থাপন! ২ মাহ ধৰি কাৰ্যক্ষম হৈ ৰ’ল অংগ, উৎফুল্লিত গৱেষকসকল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2023 1:12 pm
524
VIEWS
Share on FacebookShare on Twitter

মানুহৰ শৰীৰত গাহৰিৰ বৃক্ক প্ৰতিস্থাপন কৰা সম্ভৱনে? মানুহৰ শৰীৰত প্ৰাণীৰ অংগ প্ৰতিস্থাপনৰ প্ৰচেষ্টা আজিৰ নহয়। কিন্তু এইবাৰ বিজ্ঞানীসকলে এই বিষয়ত ডাঙৰ সফলতা লাভ কৰিলে। তেওঁলোকে সফলতাৰে এজন ‘ব্ৰেইন ডেড’ ব্যক্তিৰ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণ কৰে। সেই বৃক্কটো ২ মাহ ধৰি কাৰ্যক্ষম হৈ থাকিল! গৱেষকসকলে ইয়াক এক বৃহৎ সফলতা বুলি ভাবে।

নিউয়ৰ্কৰ ট্ৰান্সপ্লাণ্ট চাৰ্জন ডাঃ ৰবাৰ্ট মন্টোগোমাৰীৰ নেতৃত্বত এই প্ৰতিস্থাপন সম্ভৱ হৈছিল। এতিয়া সংৰোপণ কৰা বৃক্কটো মৃতকৰ দেহৰ পৰা উলিয়াই পৰিয়াললৈ সেইটো ঘূৰাই দিয়া হৈছে।

ইয়াৰ পূৰ্বেও মানুহৰ শৰীৰত গাহৰিৰ বৃক্ক (Kidney) সফলতাৰে প্ৰতিস্থাপন কৰা হৈছিল। কিন্তু ইমান দীঘলীয়া সময় ধৰি সি কাম কৰা নাছিল।

ফটো: সংগ্ৰহীত।

কেৱল আমেৰিকাতে এক লাখ লোক অংগ বিকল হোৱাৰ সমস্যাত ভুগি আছে। ইয়াৰে অধিকাংশই বৃক্কৰ ৰোগত আক্ৰান্ত। এই ছবিখনে দেখুৱায় যে অংগ প্ৰতিস্থাপন কিমান গুৰুত্বপূৰ্ণ।

এই ক্ষেত্ৰত যদি জন্তুৰ অংগ প্ৰতিস্থাপন কৰিব পৰা যায়, তেন্তে পৰিস্থিতি অধিক নিয়ন্ত্ৰণযোগ্য হ’ব বুলি গৱেষকমহলে ধাৰণা কৰে। সেই দিশত শেহতীয়া এই সফলতাই  নতুন আশাৰ পোহৰ দেখুৱালে।

Recent News

গুৱাহাটীত ব্যৱসায়ীৰ ঘৰত অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ; লুটি নিলে ১০ লাখ টকাৰ মূল্যৱান সামগ্ৰী

গুৱাহাটীত ব্যৱসায়ীৰ ঘৰত অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ; লুটি নিলে ১০ লাখ টকাৰ মূল্যৱান সামগ্ৰী

মাত্ৰ ৩ টকাত ৰুটি, ১০০ টকাত চিকেন বিৰিয়ানী! নতুন সংসদ ভৱনৰ কেন্টিনত খাদ্যৰ দাম কিমান?

মাত্ৰ ৩ টকাত ৰুটি, ১০০ টকাত চিকেন বিৰিয়ানী! নতুন সংসদ ভৱনৰ কেন্টিনত খাদ্যৰ দাম কিমান?

Chandrayaan-3: নিদ্ৰা ভঙা নাই বিক্ৰম-প্ৰজ্ঞানৰ, পোৱা নাই সংকেত; হাৰ মানিবলৈ সাজু নহয় ইছৰো

Chandrayaan-3: নিদ্ৰা ভঙা নাই বিক্ৰম-প্ৰজ্ঞানৰ, পোৱা নাই সংকেত; হাৰ মানিবলৈ সাজু নহয় ইছৰো

জিমত ৱৰ্কআউট কৰাৰ সময়ত কিয় হাৰ্ট এটেক হয়? মৃত্যুৰ আশংকাৰ পৰা হাত সাৰিবলৈ কি কৰিব?

জিমত ৱৰ্কআউট কৰাৰ সময়ত কিয় হাৰ্ট এটেক হয়? মৃত্যুৰ আশংকাৰ পৰা হাত সাৰিবলৈ কি কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd