• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আহি গ’ল ‘ন’জ অনলি মাস্ক’! পিন্ধি থাকিয়েই খাব পৰা যাব খাদ্যও

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2021 7:56 pm

1 min read

Nose only mask

ফটো: সংগৃহিত।

671
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ পৰা সুৰক্ষা পাবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে মাস্কৰ ব্যৱহাৰ। কিন্তু এই মাস্ক পৰিধান কৰি বহুতেই অসুবিধাৰ সন্মুখীন হয়।

কাণৰ বিষকে ধৰি মুখত দাগ পৰি যোৱাৰ দৰে ঘটনাও ঘটে। তদুপৰি, খোৱাৰ ক্ষেত্ৰত মাস্ক পৰিধানক লৈ সমস্যাই দেখা দিয়ে।

ইয়াৰ মাজতে এইবাৰ মেক্সিকোৰ গৱেষকে প্ৰস্তুত কৰি উলিয়াইছে এনে এবিধ মাস্ক যাক পৰিধান কৰি খোৱা-বোৱাতো কোনো অসুবিধা নহয়। মাস্কটোৱে কৰ’নাৰ পৰাও বহু পৰিমানে সুৰক্ষা দিব।

নতুনকৈ ওলোৱা এই মাস্কৰ নাম দিয়া হৈছে ‘ন’জ অনলি মাস্ক’। অৱশ্যে, এই মাস্কে কৰ’নাৰ পৰা কিমান সুৰক্ষা দিব তাক লৈ প্ৰশ্ন উঠিছে।

বিশেষজ্ঞসকলে কৈছে যে নাকটো এইক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে, নাক সকো সময়তে ঢাকি ৰখা উচিত।

নতুনকৈ অহা এই মাস্ককলৈ ছচিয়েল মিডিয়াত বিভিন্ন চৰ্চাৰ সূত্ৰপাত ঘটিছে। কোনোৱে ইয়াক জোকাৰৰ মাস্ক বুলি কৈছে যদি আন কোনোৱে ইয়াৰ ‘লুক’ক লৈও কটাক্ষ কৰিবলৈ এৰা নাই।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd