• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৫০ দিন সূৰ্য্য নেদেখে এই চহৰৰ বাসিন্দাই : শীত আৰু এন্ধাৰে আৱৰা এই চহৰৰ নাম কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2024 9:00 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ৭০ হাজাৰ জনসংখ্যা থকা ইউৰোপৰ এখন চহৰ। এই চহৰখন পৃথিৱীৰ এখন আচৰিত চহৰ। ৫০ দিনলৈকে সূৰ্য উদয় নহয় এই চহৰত। ৫০ দিন ৰাতিয়েই হৈ থাকে এই চহৰত। আন্ধাৰৰ বাবে সংঘটিত হয় বহু দুৰ্ঘটনা। এই চহৰত সাংঘাটিক দাম প্ৰতিটো সামগ্ৰীৰ। চহৰখনৰ নাম নৰৱে। 

৫০ দিন পোহৰ অবিহনে কেনেকৈ থাকে নৰৱেবাসী ? নৰৱেত সূৰ্যৰ পোহৰৰ অভাৱ পূৰণ কৰে এল ই ডি লাইটে।
এই চহৰখনৰ আনটো বিশেষত্ব হ’ল যে ইয়াৰ চাৰিওফালে ওখ ওখ পাহাৰেৰে আগুৰি আছে। মাজতে এখন সাগৰ। আকাশত থকা অৰোৰা (প্ৰাকৃতিক ৰঙৰ পোহৰ) আৰু দুয়োফালে বসতি – এক চাবলগীয়া দৃশ্য।

Apply Now

ইয়াত যেতিয়া সূৰ্য্য উদয় নোহোৱাৰ সময় আহে তেতিয়া মানুহে আগতীয়াকৈ ভিটামিন ডি, ভিটামিন চি আৰু ওমেগা বি ১২ৰ পৰিপূৰক সংগ্ৰহ কৰে, যাতে শৰীৰত অত্যাৱশ্যকীয় পুষ্টিৰ অভাৱ নহয়।
ইয়াৰ মানুহে বৰফৰ ওপৰত পিছলি নপৰাকৈ স্পাইক ব্যৱহাৰ কৰে। নৰৱেত মানুহে বাহিৰলৈ ওলাই গ’লে বাহুত ৰেট্ৰ’ ৰিফ্লেক্টৰ পিন্ধে। লাইট জ্বলোৱাৰ লগে লগে ই জিলিকিবলৈ আৰম্ভ কৰে। এনেকৈ দুৰ্ঘটনা ৰোধৰ বাবে চেষ্টা কৰা হয়।
শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক, বৰফেই পৰক বা বৰষুণেই হওক… ইয়াত স্কুল-কলেজ আৰু অফিচৰ সময় সলনি নহয়। ৰাতিপুৱা ৮ বজাৰ পৰা সন্ধিয়া প্ৰায় ৪ বজালৈকে সকলো খোলা থাকে।

নৰৱেত মানুহ বৰ সুখেৰে জীয়াই থাকে। টকাৰ কথাও তেওঁলোকে নাভাবে। তেওঁলোকে সঞ্চয় নকৰে কাৰণ তেওঁলোকৰ পঢ়া-শুনা আৰু চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰে। চালক আৰু চাফাই কৰ্মীৰ দৰে কাম কৰা সকলেও প্ৰতিমাহে ডেৰ-দুই-তিনি লাখ টকা উপাৰ্জন কৰে।

এই চহৰত বিভিন্ন ভাষাৰ ছবি প্ৰদৰ্শন কৰা হয়। শেহতীয়াকৈ লাল সিং চাধা আৰু আৰ আৰ আৰকো নৰৱেৰ চিনেমা হলত দেখিবলৈ পোৱা গৈছিল।

ইয়াত অপৰাধ তেনেকৈ নগণ্য। এই চহৰত আপোনাৰ পাৰ্চটো কেনেবাকৈ পৰি গলে মানুহে উঠাই ঘূৰাই দিয়ে। ইয়াত নগদ ধনৰ কোনো হেঁচা নাই, সকলো ডিজিটেল। হিংসা বহু দূৰত, মানুহে চিঞৰ-বাখৰো নকৰে। এই চহৰৰ বেছিভাগ মানুহৰে অ’ডি, মাৰ্চিডিজ, টেছলাৰ দৰে বিলাসী গাড়ী আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd