• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেংগালুৰুৰ হোটেল আৰু ৰেষ্টুৰেণ্টত সাধাৰণ জনতাকো ব্যৱহাৰ কৰিবলৈ দিয়া হ’ব শৌচাগাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2024 3:31 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰুহাট বেংগালুৰু মহানগৰ পালিকাই উচ্চ ন্যায়ালয়ত দাখিল কৰা ষ্টেটাছ ৰিপৰ্টত মহানগৰীত সাধাৰণ জনতাই শৌচাগাৰ ব্যৱহাৰ কৰাত সহায় কৰিবলৈ গ্ৰহণ কৰা কেইবাটাও ব্যৱস্থাৰ কথা উল্লেখ কৰিছে।

এই ব্যৱস্থাসমূহৰ ভিতৰত আছে কেৱল কৰ্মচাৰীসকলৰ বাবে নিৰ্ধাৰিত ১৭২ ‘ইন্দিৰা কেণ্টিন’ৰ শৌচাগাৰসমূহ ৰাজহুৱা ব্যৱহাৰৰ বাবে অনুমতি দিয়া।

ৰাজহুৱা ৰেষ্টুৰেণ্ট আৰু হোটেলত অৱস্থিত শৌচাগাৰ সাধাৰণ জনতাক ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰো প্ৰস্তাৱ আগবঢ়াইছে মহানগৰৰ নাগৰিক সংস্থাটোৱে। বিশেষ আয়ুক্ত (স্বাস্থ্য) আৰু মুখ্য স্বাস্থ্য বিষয়া (স্বাস্থ্য)ক এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ আৰু প্ৰয়োজনীয় আদেশ/জাননী পত্ৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Apply Now

লগতে পঢ়কঃ মালিৰ সোণৰ খনিত খহনীয়া, সুৰংগ ভাঙি পৰি কমেও ৭৩ জনৰ মৃত্যু

সংস্থাটোৱে একান্তভাৱে মহিলাৰ বাবে ১০০টা শৌচাগাৰ নিৰ্মাণৰ বাবেও নিবিদা আহ্বান কৰিব, যাক ‘SHE’ শৌচাগাৰ বুলি কোৱা হব।

তেওঁলোকে নিজাববীয়াকৈ এনে শৌচাগাৰ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু ২০২৪-২৫ চনৰ বাজেটত ইয়াৰ বাবে ২৫.৫০ কোটি টকাৰ বাজেট আবণ্টন দিছে।

জনস্বাৰ্থৰ আবেদনত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি বিবিএমপিৰ ছলিড ওৱেষ্ট মেনেজমেন্টৰ মুখ্য অভিযন্তাই এই ষ্টেটাছ ৰিপৰ্ট দাখিল কৰে।

লগতে পঢ়কঃ আমেৰিকাত নাইট্ৰজেন গেছৰ দ্বাৰা প্ৰথম মৃত্যুদণ্ড কাৰ্যকৰী কৰা হ’ব নাৰী হত্যাকাৰী কেনেথ স্মিথৰ

নাগৰিক সংস্থাটোৱে তেওঁলোকৰ সীমাৰ অধীনত সাধাৰণ জনতা আৰু মহিলাসকলৰ বাবে ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ বাবে এখন সমিতি গঠন কৰে য’ত মুখ্য আয়ুক্ত, বিশেষ আয়ুক্ত আৰু সকলো মণ্ডল আয়ুক্তক অন্তৰ্ভুক্ত কৰা হয়।

ষ্টেটাছ ৰিপ’ৰ্টত নতুন ই-টয়লেট স্থাপন, বৰ্তমানৰ ২২৯টা ই-টয়লেটৰ ৰক্ষণাবেক্ষণ আৰু বৃহৎ ভাসমান জনসংখ্যা থকা ঠাইত শৌচাগাৰ নিৰ্মাণৰ স্থান চিনাক্তকৰণকে ধৰি কেইবাটাও ব্যৱস্থাৰ কথা প্ৰকাশ পাইছে।

ব্ৰুহাট বেংগালুৰু মহানগৰ পালিকাই নিৰ্মাণ হৈ থকা নতুন শৌচাগাৰত কিন্নৰ আৰু বিশেষভাৱে সক্ষম লোকৰ বাবেও সুকীয়াকৈ শৌচাগাৰ ব্লকৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজপথত নামিব কৃষক সংগঠন; ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান

বুধবাৰে দাখিল কৰা এই তথ্য লিপিবদ্ধ কৰি মুখ্য ন্যায়াধীশ প্ৰসন্ন বি ভাৰলেৰ নেতৃত্বত সংমণ্ডল বিচাৰপীঠে পিআইএলৰ শুনানি স্থগিত ৰাখে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd