• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল : মেট্ৰিকৰ শীৰ্ষস্থানত লখিমপুৰৰ মেঘাশ্ৰী বৰা

গুৱাহাটী মহানগৰীৰ মাত্ৰ ৪গৰাকীৰহে স্থান লাভ; হতাশ কৰিলে চৰকাৰী বিদ্যালয়ে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 15, 2019 8:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষিত ২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান লাভৰ কৃতিত্ব আৰ্জিছে লখিমপুৰৰ মেঘাশ্ৰী বৰাই। ৫৯৪ নম্বৰ পোৱা মেঘাশ্ৰী লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী।

শীৰ্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ কৰা মুঠ ৩৯জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত গুৱাহাটীৰ ছেণ্ট মেৰিজৰ ৩গৰাকী আৰু অসম জাতীয় বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ বাদে গুৱাহাটী মহানগৰীৰ বিদ্যালয়বোৰৰ আন কোনেও স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।

Apply Now

শীৰ্ষস্থান দখল কৰাৰ ক্ষেত্ৰত জিলা হিচাপত নগাওঁ জিলাৰ সৰ্বাধিক ৮ জন ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষস্থানকেইটাৰ ভিতৰত থাকিবলৈ সক্ষম হয়, ৫জন ছাত্ৰ-ছাত্ৰীৰে দ্বিতীয় স্থানত থাকে কামৰূপ গ্ৰাম্য জিলা। লখিমপুৰ, বৰপেটা আৰু গুৱাহাটী মহানগৰ জিলাৰ প্ৰত্যেকৰে ৪জনকৈ ছাত্ৰ-ছাত্ৰীয়ে স্থান পায়। ৩জনে স্থান পায় নলবাৰী জিলাৰ পৰা। এই ক্ষেত্ৰত চৰকাৰী বিদ্যালয়ৰ প্ৰদৰ্শন পুতৌজনক বুলিব পাৰি।

এইবাৰ উত্তীৰ্ণৰ সামগ্ৰিক হাৰ আগৰ বছৰতকৈ সামান্য বেছি হৈ ৬০.২৩ শতাংশ হয় (বিগত বছৰত ৫৬.০৪ শতাংশ আছিল। ২০১৭ বৰ্ষৰ উত্তীৰ্ণৰ হাৰ ৪৭.৯৪ শতাংশ )। বিগত বছৰৰ দৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ছাত্ৰীতকৈ সামান্য বেছি। ছাত্ৰৰ হাৰ ৬২.৬৯ আৰু ছাত্ৰীৰ হাৰ ৫৭.৯৯ শতাংশ।

সফলতাৰ হাৰ চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত চকুত পৰাকৈ উন্নত। একেদৰে নগৰ-মহানগৰতকৈ মফচলীয় অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে অধিক ভাল ফল প্ৰদৰ্শন কৰে।

পৰীক্ষাটোত অৱতীৰ্ণ হ’বৰ বাবে আৱেদন কৰা শিক্ষাৰ্থীৰ সংখ্যা ৩,৪২,৬৯১ গৰাকী আছিল যদিও প্ৰকৃততে অৱতীৰ্ণ হৈছিল ৩৩৬২০৩গৰাকী। ইয়াৰে মুঠ ৩৯৬গৰাকী পৰীক্ষাৰ্থী বহিষ্কৃত হয় আৰু ১০জনৰ পৰীক্ষাৰ ফল বিভিন্ন কাৰণত বন্ধ ৰখা হৈছে। উত্তীৰ্ণৰ মুঠ সংখ্যা ২০২৫০৮গৰাকী।

হাই মাদ্ৰাছাৰ শীৰ্ষত গোৱালপাৰাৰ ছেলিম আহমেদ

আনহাতে হাই মাদ্ৰাছাৰ পৰীক্ষাত প্ৰথম তিনিটা শীৰ্ষস্থান লাভ কৰিছে ক্ৰমে গোৱালপাৰাৰ ছেলিম আহমেদ (৫৬১), দৰঙৰ আব্দুল আজিজ (৫৫৩) আৰু গোৱালপাৰাৰ ইলিয়াছ আলীয়ে (৫৪৭)।

মুঠ অৱতীৰ্ণ ৯১২৭গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ হয় ৫৩১০গৰাকী। উত্তীৰ্ণৰ হাৰ ৫৮.১৮ শতাংশ। ছাত্ৰৰ হাৰ ছাত্ৰীৰ হাৰতকৈ সামান্য বেছি। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬০.৮০ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৬.৪১ শতাংশ।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd