• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০-১১ নৱেম্বৰত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব ৰাইনো অ’টক্ৰছ চেলেঞ্জ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2018 12:37 pm
848cfe42b6c850dcfc3bf80aab0f22fc

প্ৰতিনিধিত্বমূলক চিত্ৰ

203
VIEWS
Share on FacebookShare on Twitter

অহা ১০ আৰু ১১ নৱেম্বৰত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব ৰাইনো অ’টক্ৰছ চেলেঞ্জ । সোমবাৰে নৰ্থ-ইষ্টাৰ্ণ মটৰ স্প’ৰ্টছ এছ’চিয়েশ্যনে এক সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে।

গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত এছ’চিয়েশ্যনৰ বিষয়ববীয়াই প্ৰতিযোগিতাখনৰ বিষয়ে জানিবলৈ দি কয় যে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ বক্সিং ৰিঙৰ সমীপত অনুষ্ঠিত হ’ব প্ৰথমদিনা কোৱালিফায়িং ৰাউণ্ড আৰু ১১ নৱেম্বৰত হ’ব মূল ৰাউণ্ডৰ খেল।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ শ্লোগান হৈছে এটা খৰ্গযুক্ত গঁড়ৰ সুৰক্ষা আৰু গাড়ীৰ হৰ্ণৰ কম ব্যৱহাৰ। প্ৰতিযোগিতাখনত মহিলাৰ বাবে এটা শাখাকে ধৰি মুঠ আঠটা ইভেণ্টৰ খেল অনুষ্ঠিত হ’ব আৰু প্ৰতিটো শাখাৰে প্ৰথম তিনিটা স্থান প্ৰাপ্তই ডিচেম্বৰত কইম্বাট’ৰত ৰাষ্ট্ৰীয় ভিত্তিত হ’বলগীয়া মূল ৰাউণ্ডত খেলাৰ সুযোগ লাভ কৰিব।

এক কিলোমিটাৰ দৈৰ্ঘ্যত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত উত্তৰ-পূবৰ উপৰি দেশৰ আৰু চাৰিটা মণ্ডলত প্ৰাৰম্ভিক ৰাউণ্ডৰ খেল অনুষ্ঠিত হ’ব বুলি জনায়।

উল্লেখ্য যে উত্তৰ-পূব লেগৰ প্ৰতিটো শাখাৰে প্ৰথম তিনিটা স্থান পাওতাক ট্ৰফী আৰু প্ৰমাণপত্ৰৰ লগতে ১০,৭ আৰু ৫ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢোৱা হ’ব।

অহা ৯ নৱেম্বৰৰ পূৰ্বে টুৰ্ণামেণ্টত যোগদানৰ বাবে যোগাযোগ কৰিব লাগিব বুলি কালিৰ সংবাদমেলত সদৰী কৰে। অসমৰ উপৰি টুৰ্ণামেণ্টখনত অৰুণাচল প্ৰদেশ, নগালেণ্ড, মেঘালয়, মণিপুৰ আৰু মিজোৰামৰ খেলুৱৈয়ে অংশ ল’ব।

কালিৰ সংবাদমেলত এছ’চিয়েশ্যনৰ সভাপতি দীপাঞ্জন কোঁৱৰ, সম্পাদক দিগন্ত হাজৰিকা, প্ৰমথেশ বৰুৱা, পংকজ গোস্বামীৰ লগতে সহকাৰী সম্পাদক ভাস্কৰ চৌধুৰীও উপস্থিত থাকে।

Recent News

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd