• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতৰ খতিয়াখলিত দুই শতাধিক কৃষকক কঠীয়া প্ৰদান

উত্তম শইকীয়া by উত্তম শইকীয়া
August 19, 2020 6:19 pm
Rice seedlings distributed among flood-affected farmers in Bokakhat
176
VIEWS
Share on FacebookShare on Twitter

বানাক্ৰান্ত কৃষকৰ সাহায্যৰ বাবে বোকাখাতৰ খতিয়াখলিৰ পশু চিকিৎসা কেন্দ্র চৌহদত নিজৰ গাঁঠিৰ ধনৰে কঠিয়া পাৰিছিল বোকাখাত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতু শইকীয়াই।

পূৰঠ হৈ উঠা এই কঠিয়া আজি কৃষকৰ মাজত বিতৰণ কৰে যুৱ নেতাগৰাকীয়ে। বোকাখাত মহকুমাৰ প্ৰায় ১৫খন পঞ্চায়তৰ লোকে জিতু শইকীয়াৰ এই কঠিয়া নিবলৈ পুৱাৰ পৰাই সমবেত হয় খতিয়াখলিত।

প্ৰায় দুই শতাধিক লোকে কঠিয়াতলিৰ পৰা কঠিয়া সংগ্ৰহ কৰে। কঠিয়া বিতৰণৰ এই অনুষ্ঠানত বোকাখাত ব্লক কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে স্থানীয় লোকেও সমগ্ৰ ব্যৱস্থাপনাত সহায় কৰে।

আজিৰ কঠিয়া তোলা অনুষ্ঠানৰ সংগতি ৰাখি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত জিতু শইকীয়াই কয় যে ছাত্ৰাৱস্থাৰ পৰাই তেওঁ সমাজ সেৱাত আত্মনিয়োগ কৰি আহিছে আৰু ৰাজনৈতিক জীৱনতো বানাক্ৰান্ত লোকৰ দুৰ্দশা তেওঁ দেখি আহিছে। সেয়েহে বন্যাৰ্ত লোকৰ সাহায্যৰ বাবেই তেওঁৰ এই প্ৰচেষ্টা৷

বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাক সমালোচনা কৰি জিতু শইকীয়াই কয় যে কৃষিমন্ত্রী হৈও বোকাখাত সমষ্টিৰ কৃষকৰ বাবে অতুল বৰাই একোয়েই নকৰিলে। নহ’ল শীতলীকৰণ কেন্দ্ৰ। বৰঞ্চ বোকাখাতৰ বাবে হ’ব পৰা প্ৰতিটো সুবিধাই কাঢ়ি লৈ যোৱা হ’ল গোলাঘাটলৈহে।

উল্লেখ্য যে আজি বিতৰণ কৰা কঠিয়াৰে বোকাখাতৰ প্ৰায় দুশ বিঘাৰো অধিক মাটিত শালি খেতি কৰিব পাৰিব কৃষকে৷

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd