• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই মুহূৰ্তত মই মুছলমান ভোট নিবিচাৰোঁ –  ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2023 3:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এনডিটিভিৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ ভোট বেংকৰ ৰাজনীতিত লিপ্ত নহয় আৰু সেয়েহে কংগ্ৰেছৰ দৰে মুছলমান সম্প্ৰদায়ৰ সৈতে জড়িত বিষয়ৰ সৈতে ৰাজনীতিক সংযোগ নকৰে।

এনডিটিভিৰে হোৱা সাক্ষাৎকাৰটোত হিমন্ত বিশ্ব শৰ্মাই কয় “এতিয়া মই মুছলমান ভোট নিবিচাৰো। ভোট বেংকৰ ৰাজনীতিৰ বাবেই সকলো সমস্যা ঘটে। মই প্ৰত্যেক মাহত এবাৰকৈ এটা মুছলমান অধ্যুষিত অঞ্চল ভ্ৰমণ কৰো, তেওঁলোকৰ অনুষ্ঠানত অংশ লওঁ আৰু মুছলমান ৰাইজক লগ কৰোঁ।  মুছলমানসকলে কংগ্ৰেছৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ভোটৰ ওপৰত নিৰ্ভৰশীল বুলি উপলব্ধি কৰাটো বিচাৰে।’’ 

Apply Now

“মোক ভোট নিদিব। আগন্তুক ১০ বছৰত আপোনালোকৰ এলেকাবোৰ উন্নয়ন কৰি দিম। বাল্য বিবাহৰ প্ৰথা শেষ হোৱাটো নিশ্চিত কৰিব বিচাৰো। লগতে মাদ্ৰাছালৈ যোৱাটো বন্ধ হোৱাটো বিচাৰোঁ। মাদ্ৰাছাৰ পৰিৱৰ্তে কলেজলৈ যাওক।  বিশেষকৈ মুছলমান কন্যা সকলৰ সাতখন কলেজ উদ্বোধন কৰিবলৈ ওলাইছো।” লগতে এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শৰ্মাই এনডিটিভিৰ সাংবাদিকৰ আগত ব্যাখ্যা কৰে যে মুছলমানসকলে বিজেপিৰ সৈতে তেওঁলোকৰ সম্পৰ্ক যে ভোটৰ বাহিৰত সেই কথা বুজাটো গুৰুত্বপূৰ্ণ।

“কংগ্ৰেছে মুছলমান অধ্যুষিত অঞ্চল সমূহত আন্তঃগাঁথনি বা বিদ্যালয় নিৰ্মাণ কৰা নাছিল। কিন্তু  মই সেই অঞ্চলবোৰত উন্নয়ন কৰিব বিচাৰো। মই প্ৰথমে ১০-১৫ বছৰ এই কাম কৰিম, তাৰ পিছতহে মুছলমানৰ পৰা ভোট বিচাৰিম। এতিয়া তেওঁলোকৰ পৰা ভোট বিচাৰিলে এইটো এটা লেনদেনৰ সম্পৰ্কলৈ পৰিবৰ্তন হ’ব। মই নিবিচাৰো যে ই এটা লেনদেন সম্পৰ্ক হওক।” – লগতে শৰ্মাই কয়।

ইয়াৰ লগতে হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎকাৰটোত কয় –  “২০১৬ আৰু ২০২০ চনত প্ৰচাৰৰ সময়ত মই মুছলমান অঞ্চললৈ যোৱা নাছিলো। নিৰ্বাচনত জয়ী হোৱাৰ পিছতহে যাম বুলি কৈছিলোঁ। এইবাৰো মই তেওঁলোকক কৈছো, যাক বিচাৰে তেওঁক ভোট দিয়ক। বিজেপিয়ে তেওঁলোকৰ অঞ্চলত প্ৰচাৰ নকৰে।”

লগতে পঢ়কঃমণিপুৰত ভাৰত মাতাক হত্যা কৰিছে বিজেপিয়ে! সংসদলৈ ঘূৰিয়েই আক্ৰমণাত্মক ৰাহুল গান্ধী 

লগতে পঢ়কঃ Honda CD110: হোণ্ডাই মুকলি কৰিলে সস্তাত নতুন বাইক; মাইলেজ ৬৫ কিলোমিটাৰ

লগতে পঢ়কঃ স্বাধীনতা দিৱসৰ পেৰেডৰ অনুশীলনৰ সময়ত গুৱাহাটীত অসম আৰক্ষীৰ কনিষ্টবলৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd