• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Honda CD110: হোণ্ডাই মুকলি কৰিলে সস্তাত নতুন বাইক; মাইলেজ ৬৫ কিলোমিটাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2023 2:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যবিত্তীয় ক্ৰেতাৰ প্ৰয়োজনীয়তাক মনত ৰাখি শেহতীয়াকৈ হোণ্ডাই এখন নতুন বাইক মুকলি কৰিছে। শুকুৰবাৰে বজাৰত কম মূল্যত মুকলি কৰা হয় নতুন Honda CD110 Dream Deluxe।

বাইকখনত নতুন কি আছে? মূলতঃ এই মটৰ চাইকেলখনত OBD-2 ইঞ্জিন আপডেট দিয়া হৈছে। কেন্দ্রৰ গাইডলাইন মানি কোম্পানীয়ে বাইকখনত কিছু যান্ত্রিক সালসলনি কৰিছে৷ ভাৰতৰ অন্যতম সস্তা বাইকসমূহৰ ভিতৰত এখন হ’ল হোণ্ডা চিডি ১১০ ড্ৰিম। কম তেল খৰচ কৰি দুচকীয়া বাহনখনে দুৰন্ত মাইলেজ দিবলৈ সক্ষম।

Apply Now

নতুন হোণ্ডা CD110 ৰ দাম কিমান?

দেখিবলৈ আটকধুনীয়া বাইকখনৰ মূল্য ৭৩,৪০০ টকা (এক্স শ্ব’ৰুম)। কোম্পানীয়ে লগতে বাইকখনৰ ১০ বছৰৰ ৱাৰেণ্টী ঘোষণা কৰিছে। ইয়াৰে ৩ বছৰৰ ষ্টেণ্ডাৰ্ড ৱাৰেণ্টী আৰু ৭ বছৰৰ অপচনেল ৱাৰেণ্টী।

বাইকৰ ইঞ্জিন

ইয়াত ১১০ চিচি চিংগল চিলিণ্ডাৰ এয়াৰ কুল্ড ইঞ্জিন আছে। এই বাইকখনে সৰ্বোচ্চ ৮.৬৭ হৰ্চপাৱাৰৰ শক্তি উৎপাদন কৰিব পাৰে। লগতে আছে 4 স্পীড মাল্টি প্লেট ৱেট ক্লাচ গিয়াৰবক্স। চহৰৰ সীমাৰ ভিতৰত দৈনিক অহা-যোৱাৰ বাবে এই ইঞ্জিনটো একেবাৰে উপযুক্ত। যান্ত্ৰিক জটিলতা কম। ফলত সকলোৱে আশা কৰিছে যে মেইন্টেইনেন্স খৰচ কম হ’ব।

বাইকখনৰ ফিচাৰ্চ

১১২ কেজি কাৰ্ব ওজন বাইকৰ। ইয়াত কম্বি ব্ৰেকিং চিষ্টেম আছে। এই বাইকত ডিস্ক ব্ৰেক উপলব্ধ নহয়। অৱশ্যে এনেধৰণৰ যাতায়ত যোগ্য মটৰ চাইকেলত এই ফিচাৰ্চ সাধাৰণতে দেখা নাযায়।

ইয়াৰ আসন ৭২০ মিলিমিটাৰ দীঘল। যদিও বাইকখনৰ সামগ্ৰিক ৰূপৰ কোনো পৰিৱৰ্তন হোৱা নাই, তথাপিও ইন্ধনৰ টেংকত নতুন গ্ৰাফিক্স সংযোজন কৰা হৈছে। ইয়াত ইঞ্জিন ষ্টাৰ্ট-ষ্টপ বাটন, টিউবলেছ টায়াৰ আদি ফিচাৰ্চ আছে। বাইকখনৰ মাইলেজ প্ৰতি লিটাৰত ৬৫ কিলোমিটাৰ।

ৰঙৰ ক্ষেত্ৰত আপুনি ৰঙাৰ সৈতে ক’লা, নীলাৰ সৈতে ক’লা, সেউজীয়াৰ সৈতে ক’লা আৰু ক’লাৰ সৈতে ধূসৰ ৰঙৰ বিকল্পৰ পাব।

নতুন বাইকখনৰ বিষয়ে কোৱাৰ সময়ত HMSI ৰ বিক্ৰী আৰু বিপণন সঞ্চালক যোগেশ মাথুৰে কয়, আমি নতুন চিডি ১১০ ড্ৰিম ডিলাক্স মুকলি কৰি গৌৰৱান্বিত। আমি নিশ্চিত যে ইয়াৰ আকৰ্ষণীয় মূল্যই গ্ৰাহকক আকৃষ্ট কৰিব আৰু ইয়াক নিত্য যাতায়তৰ বাবে এক নিখুঁত পছন্দ কৰি তুলিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd