DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰীমা দাসৰ ‘বুলবুল কেন ছিং’ ছবিৰে আৰম্ভ হ’ব ‘ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলবৰ্ণ’

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2019 12:52 pm
Bulbul Can Sing

'বুলবুল কেন ছিং' ছবিৰ অফিচিয়েল প'ষ্টাৰ

1.7k
VIEWS
Share on FacebookShare on Twitter

অসমৰ চলচ্চিত্ৰক্ষেত্ৰলৈ আন এক সুখবৰ। ‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিৰে দেশে-বিদেশে বহু সন্মান অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰীমা দাসৰ শেহতীয়া ছবি ‘বুলবুল কেন ছিং’লৈ এইবাৰ আহিছে এক বিশেষ কৃতিত্ব।

‘ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলবৰ্ণ’ত প্ৰদৰ্শিত হ’ব বুলবুল কেন ছিং। বিশ্বৰ অন্যতম সন্মানীয় ছবি মহোৎসৱখনৰ প্ৰথম নিশাই ৰীমা দাসৰ ছবিখন প্ৰদৰ্শিত কৰা হ’ব। উদ্যোক্তাই টুইটাৰৰ জৰিয়তে এই কথা জনাইছে।

মহোৎসৱখনক লৈ ব্যাপক উৎসাহী পৰিচালক ৰীমা দাসে কয় যে সন্মানীয় ‘ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলবৰ্ণ’ত ছবিখন প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰাত যথেষ্ট আনন্দিত হৈছো। ইয়াৰ বাবে পৰিচালক ৰীমা দাসে আয়োজকক ধন্যবাদ জ্ঞাপন কৰিছে।

তেওঁ লগতে কয় যে ছবি নিৰ্মাতা হিচাপে এই ছবিখন মোৰ বাবে বিশেষ। বিশ্বৰ বিভিন্ন প্ৰান্তত এই ছবিখন প্ৰদৰ্শিত হোৱাৰ পাছত সকলোৱে শলাগ লোৱা বুলিও পৰিচালক ৰীমা দাসে কয়।

অহা ৮ আগষ্টৰ পৰা ১৮ আগষ্টলৈ চলিব লগীয়া দশম সংখ্যক ‘ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলবৰ্ণ’ৰ প্ৰথম নিশা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বলিউদৰ ছুপাৰষ্টাৰ অভিনেতা শ্বাহৰুখ খান।

Recent News

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd