• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ল অসমীয়া পৰিচালক ৰীমা দাসৰ চুটি ছবি Neighbor

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 19, 2019 7:21 am

1 min read

Rima Das

চীনত ৰীমা দাস। উৎস-ফেইচবুক

1k
VIEWS
Share on FacebookShare on Twitter

ভিলেজ ৰকষ্টাৰ আৰু বুলবুল ক্যান চিং চলচ্চিত্ৰ দুখনেৰে অসমৰ লগতে সমগ্ৰ বিশ্বত চলচ্চিত্ৰ নিৰ্মাতা হিচাপে খ্যাতি লাভ কৰা অসমৰ পৰিচালক ৰীমা দাসৰ চুটি ছবি ‘নাইবাৰ’ চীনৰ পিংয়াও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ১৭ অক্টোবৰত প্ৰদৰ্শিত হয়।

ব্ৰিকছ (ব্ৰাজিল,ৰাছিয়া,ভাৰত,দক্ষিণ আফ্ৰিকা আৰু চীন)ৰ ‘ফৰ ইটছ আডাৰ’ সংকলনৰ অন্যতম ভাৰতীয় চুটি ছবি হ’ল নাইবাৰ।

মহোৎসৱখনিত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰা পৰিচালক ৰীমা দাসে চুটি ছবিখনৰ কিছু অংশ অসমৰ পটভূমিত নিৰ্মাণ কৰিছিল।

চলচ্চিত্ৰ মহোৎসৱখনিত চুটি ছবিখন প্ৰদৰ্শিত হোৱাৰ পাছতে অসমীয়া পৰিচালকগৰাকীয়ে ফেইচবুকৰ মাধ্যমেৰে নিজৰ সন্তুষ্টি প্ৰকাশ কৰে।

‘‘মই অন্যান্য দেশৰ সতীৰ্থসকলৰ সৈতে মোৰ চলচ্চিত্ৰখন প্ৰদৰ্শন কৰিবলৈ পাই অতিকৈ সুখী অনুভৱ কৰিছো,’’ ৰীমা দাসে ফেইচবুকত লিখে।

তদুপৰি, জিয়া জাংকেক সহকাৰী প্ৰযোজক হিচাপে লাভ কৰাৰ বাবে সন্তোষ ব্যক্ত কৰে ৰীমা দাসে।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd