• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মৰক্কোৰ বিপক্ষে পৰাজয়ৰ পিছতে ব্ৰাছেলছৰ ৰাজপথত হিংসাত্মক কাণ্ড: সংঘৰ্ষত জড়িত কেইবাগৰাকীকো আটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2022 12:46 pm
Riots In Brussels Over Belgium's World Cup Loss
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত ফিফা বিশ্বকাপৰ কালি অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ গ্ৰুপ মেচত অপ্ৰত্যাশিত পৰাজয়ৰ সন্মুখীন হয় শক্তিশালী বেলজিয়াম। মৰক্কোৰ বিপক্ষে মেচখনত ২-০ গলৰ ব্যৱধানত পৰাজয়ৰ মুখ দেখে তাৰকাসমৃদ্ধ দলটোৱে।

এই পৰাজয়ৰ পিছতে কালি নিশা দেশখনৰ ৰাজধানী চহৰ ব্ৰাছেলছৰ ৰাজপথত হিংসাত্মক কাণ্ড সংঘটিত হয়। একাংশ ক্ষুদ্ধ অনুৰাগীয়ে ৰাজপথলৈ ওলাই আহি পথত ৰাখি থোৱা কেইবাখনো বাহনত জুই লগাই দিয়ে।

Apply Now

ইয়াৰ পিছতে পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰায় ১২ গৰাকী লোকক আটক কৰে।

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে হিংসাত্মক কাণ্ড সংঘটিত কৰা লোকসকলৰ ওপৰত পানী নিক্ষেপ কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে।

উল্লেখ্য যে যোৱাবাৰৰ বিশ্বকাপৰ তৃতীয় স্থান অধিকাৰী তাৰকাসমৃদ্ধ দলটোক এইবাৰৰ বিশ্বকাপৰ অন্যতম দাবীদাৰ হিচাপে গণ্য কৰা হৈছিল যদিও কালিৰ মেচখনত পৰাজয়ৰ পিছত বিপদৰ সন্মুখীন হ’ব পাৰে দলটো।

কালিৰ মেচখনৰ প্ৰথমাৰ্ধ গলশূন্যভাৱে সমাপ্ত হয় যদিও দ্বিতীয়াৰ্ধত দুটাকৈ গলেৰে চৰম আকাংক্ষিত জয় অৰ্জন কৰে মৰক্কোৱে। মেচখনৰ ৭৩ ৰ’মেইন চাইছে প্ৰথমটো গল দিয়াৰ পিছত অতিৰিক্ত সময়ত জাকাৰিয়াই আন এটা গলেৰে বিজয় নিশ্চিত কৰে।

মেচখনত জয়ৰ পিছত মৰক্কোৱে ৪ পইণ্টেৰে গ্ৰুপৰ দ্বিতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে পৰাজয়ৰ সন্মুখীন হোৱা বেলজিয়াম ৩ পইণ্টেৰে তৃতীয় স্থানলৈ অৱনমিত হয়।

এতিয়া নক আউটত প্ৰৱেশৰ বাবে বেলজিয়াম নিজৰ অন্তিম গ্ৰুপ মেচত ক্ৰ’ৱেছিয়াৰ বিপক্ষে জয়ী হোৱাটো প্ৰায় অনিবাৰ্য হৈ পৰিছে। কালিৰ আন এখন মেচত ক্ৰ’ৱেছিয়াই কানাডাক ৪-১ গলত পৰাস্ত কৰি গ্ৰুপৰ শীৰ্ষ স্থানলৈ উন্নীত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd