• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অলপৰ বাবে শতৰাণৰ পৰা বঞ্চিত হ’লেও অষ্ট্ৰেলিয়াত অনন্য অভিলেখ গঢ়িলে ঋষভ পন্টে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2021 12:25 pm
WhatsApp Image 2021-01-11 at 11.52.15 AM

ঋষভ পন্ট।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৰীৰত আঘাত লৈও অষ্ট্ৰেলিয়াৰ ছিডনী টেষ্টত এক বিস্ফোৰক ইনিংছ খেলিলে ঋষভ পন্টে।  মাত্ৰ ৩ৰাণৰ বাবে শতৰাণৰ পৰা বঞ্চিত হয় পন্ট।

কিন্তু শতৰাণৰ পৰা বঞ্চিত হ’লেও অষ্ট্ৰেলিয়াৰ মাটিত অনন্য অভিলেখ গঢ়িলে এইগৰাকী তৰুণ ভাৰতীয় বেটছমেনে।

Apply Now

উইকেটকীপাৰ বেটছমেন হিচাপে অষ্ট্ৰেলিয়াত টেষ্টত এছিয়ান ক্ৰিকেটাৰসকলৰ ভিতৰত সৰ্বাধিক ৰাণৰ গৰাকী হ’ল পন্ট। এইক্ষেত্ৰত তেওঁ চৈয়দ কিৰমানিৰ অভিলেখ ভংগ কৰে। তাকো প্ৰায় আধা সংখ্যক টেষ্ট মেচ খেলি।

সোমবাৰে ছিডনী টেষ্টৰ পঞ্চম তথা অন্তিম দিনটোত মেচ ৰক্ষা কৰাৰ যুঁজত প্ৰথমতে আঘাত লাগে ভাৰতৰ। হনুমা বিহাৰীৰ পৰিৱৰ্তে পাঁচ নম্বৰ স্থানত স্থান বেটিং কৰিবলৈ আহে ঋষভ পন্ট।

চাপৰ মাজতো ৰক্ষণাত্মক খেলৰ পৰিৱৰ্তে আক্ৰমণা নীতি গ্ৰহণ কৰে পন্টে। ইয়াৰ ফলত দিশহাৰা হৈ পৰে অষ্ট্ৰেলিয়া। শৰীৰত আঘাত লৈও অষ্ট্ৰেলিয়াৰ বলাৰসকলক ৰেহাই নিদিলে পন্টে।

দুৰ্ভাগ্যজনকভাৱে ব্যক্তিগত ৯৭ৰাণত নাথন লিয়নৰ বলত বৃহৎ শ্বট খেলিবলৈ গৈ আউট হয় পন্ট। কিন্তু ইতিমধ্যে অষ্ট্ৰেলিয়াৰ মাটিত অভিলেখ গঢ়ে ঋষভে।

এছিয়ান উইকেটকীপাৰ বেটছমেন হিচাপে অষ্ট্ৰেলিয়াত টেষ্ট মেচত সৰ্বাধিক ৰাণৰ হিচাপত পন্টে চৈয়দ কিৰমানিৰ অভিলেখ ভংগ কৰে।

১৯৭৭চনৰ পৰা ১৯৮৬চনৰ ভিতৰত অষ্ট্ৰেলিয়াত ১১খন টেষ্ট মেচৰ ১৭টা ইনিংছত কিৰমানিয়ে ৪৭১ ৰাণ কৰিছিল। ইয়াত তেওঁৰ সৰ্বোচ্চ ৰাণ আছিল ৫৫ আৰু ৰাণৰ গড় আছিল ২৯.৪৩।

কিৰমানিৰ এই অভিলেখ ভংগ কৰিবলৈ ঋষভে মাত্ৰ ছয়খন টেষ্টৰ ১০টা ইনিংছ খেলিছে। ছিডনীৰ তৃতীয় টেষ্টলৈকে পন্টে ৫১২ৰাণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd