• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পথ দুৰ্ঘটনাই জীৱন কাঢ়ি নিলে এজন উদীয়মান কবিৰ

কল্পজ্যোতি শইকীয়া/ভাৰ্গৱ হাজৰিকা by কল্পজ্যোতি শইকীয়া/ভাৰ্গৱ হাজৰিকা
July 9, 2019 11:31 am
Accident
7.3k
VIEWS
Share on FacebookShare on Twitter

যোৰাবাটত সোমবাৰে নিশা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত মৃত্যু হয় এজন উদীয়মান কবিৰ। কবিজনৰ নাম পৱন পল্লৱ বৰ্মন বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি কালি নিশা প্ৰায় ১১ মান বজাত বৰ্মনে স্কুটী লৈ সোণাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত যোৰাবাট আৰক্ষী চকীৰ সমীপত টাৰ্ণিং লওঁতেই ৰন্ধন গেছ কঢ়িওৱা এখন টেংকাৰৰ তলত সোমাই যায়। যাৰ ফলত থিতাতে নিহত হয় পৱন পল্লৱ।

গুৱাহাটীৰ লখৰাৰ বেতকুছিত ভাৰাতীয়া হিচাপে থকা নিহত পৱন পল্লৱৰ ঘৰ গোৰেশ্বৰৰ গাছবাৰীত বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে যোৰাবাট আৰক্ষীয়ে ৰন্ধন গেছ কঢ়িওৱা AS 01FC 6957 নম্বৰৰ টেংকাৰখন জব্দ কৰিছে।

নগাঁৱৰ গোমোঠাগা‍ঁৱত পথ দুৰ্ঘটনাত, নিহত এজন

নগাঁও জিলাৰ ইটাচালী আৰক্ষী চকীৰ অধীনৰ গোমোঠাগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো কালি নিশা প্ৰায় ৯মান বজাত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত দিলীপ শইকীয়া(৪২) নামৰ এজন লোক থিতাতে নিহত হয়।

জানিব পৰা মতে, এটা কোম্পানীত কৰ্মৰত দিলীপ শইকীয়াই নিজৰ কৰ্মস্থলীৰ পৰা বঢ়মপুৰ হালোৱাগাঁৱৰ শহুৰেকৰ ঘৰলৈ এখন টেম্পোৰে গৈ থকা অৱস্থাত টেম্পোখনক পিছফালৰ পৰা এখন ডাম্পাৰে খুন্দা মৰাৰ ফলত বহু দুৰত চিটিকি পৰে টেম্পোখন।

এই ঘটনাটোত টেম্পোখনৰ যাত্ৰী হিচাপে আহি থকা দিলীপ শইকীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰি যায় আৰু তেওঁৰ গাৰ ওপৰেৰে ডাম্পাৰখন চলি যোৱাৰ ফলত থিতাতে মৃত্যু হয়।

দুৰ্ঘটনাগ্ৰস্ত টেম্পোখনত যাত্ৰী হিচাপে অহা আন এজন লোক গুৰুতৰ ভাৱে আহত হয় যদিও স্থানীয় লোকৰ সহযোগত তেওঁক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হয়।

উল্লেখ্য যে মৃত দিলীপ শইকীয়াৰ ঘৰ বঢ়মপুৰৰ সমীপৱৰ্তী কন্দলিত বুলি জানিব পৰা গৈছে।

Recent News

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd