• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাংটিঙত ব্ৰয়লাৰ কঢ়িওৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত; এজন লোক নিহত

Pankaj Kumar Deb পংকজ কুমাৰ দেৱ
হাফলং , August 3, 2020 7:35 pm

1 min read

লাংটিঙত ব্ৰয়লাৰ কঢ়িওৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত; এজন লোক নিহত

ফটো : নৰ্থ-ইষ্ট নাও

417
VIEWS
Share on FacebookShare on Twitter

পাহাৰীয়া ডিমা হাছাও জিলাৰ মাইবাং মহকুমাৰ অন্তৰ্গত লাংটিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি নগাঁৱৰ পৰা শিলচৰ অভিমুখে যোৱা এখন ব্ৰয়লাৰ মুৰ্গী কঢ়িয়াই নিয়া টাটা ডি আই গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়।

এই দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় গাড়ীখনৰ সহকাৰী চালক লক্ষীধৰ দাস (২৬)। যুৱকজনৰ ঘৰ নগাঁৱৰ পুৰণিগুদামত বুলি জানিব পৰা গৈছো।

দুৰ্ঘটনাটো সংঘটিত হয় লাংটিং আৰু দিহাখুৰ মাজৰ লাইলিং নামৰ গাঁৱৰ ওচৰত।

ঘটনা সংঘটিত হোৱাৰ লগে লগে দুৰ্ঘটনাস্থলীত উপস্থিত হয় লাংটিং আৰক্ষীৰ দল। আৰক্ষীৰ তথ্য অনুসৰি নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন দুৰ্ঘটনাত পতিত হয়। গাড়ীৰ নম্বৰ এ এছ ০২ চি চি ২৯১৪।

উল্লেখ্য যে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিদ’ৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ লামডিঙৰ পৰা মাইবাঙলৈ সম্পন্ন হোৱাৰ পাছত সৰু ডাঙৰ যান-বাহন চলাচলৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। ঠিক একেদৰে যান-বাহনো তীব্ৰ বেগত চলিব ধৰে। যাৰ বাবে নিয়মীয়াকৈ দুৰ্ঘটনা হ’বলৈ আৰম্ভ হৈছে।

Recent News

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

index.jpg1

এতিয়াৰে পৰা ৰাজহুৱা স্থানত পিক পেৱোলা বন্ধ কৰক; মাস্ক পিন্ধক : নিয়ম উলংঘা কৰিলে ভুগিব লাগিব শাস্তি!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd