• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত নিশা শোকাৱহ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বলেৰ’ পিক আপ ভ্যানৰ চালক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 11, 2020 4:01 pm
Margherita Accident story

পথ দুৰ্ঘটনাৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১০ ফেব্ৰুৱাৰি নিশা প্ৰায় ১১ মান বজাত তিনিচুকীয়া জিলাৰ পাৱৈস্থ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

কয়লা পৰিবাহী ট্ৰাক আৰু বলেৰ’ পিক আপ ভ্যানৰ মাজত মুখামুখি সংঘৰ্ষ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

Apply Now

দুৰ্ঘটনাৰ ফলত বলেৰ’ পিকআপ ভ্যানৰ চালকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক প্ৰথমে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থাৰ অধিক অৱনতি ঘটাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়।

জানিব পৰা মতে, মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়া অভিমুখী কয়লা পৰিবাহী ট্ৰাক আৰু বিপৰীতড দিশৰ পৰা অহা এখন নম্বৰ প্লেট বিহীন বলেৰ’ পিকআপ ভ্যানৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

এই সংঘৰ্ষৰ ফলত বলেৰ’ পিকআপ ভ্যানখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হয়।

বলেৰ’ পিকআপ ভ্যানৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ থাকে।

উদ্ধাৰকাৰী সকলে বহু কষ্ট কৰি চালকজনক গাড়ীৰ পৰা বাহিৰলৈ উলিয়াই আনি অতি সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোত বলেৰ’ পিক আপ ভ্যানখনৰ হেণ্ডিমেনজনো কিছু পৰিমানে আঘাতপ্ৰাপ্ত হয়।

উল্লেখযোগ্য যে, ট্ৰাকখনৰ কয়লাখিনি বৈধ নে অবৈধ জানিব পৰা হোৱা নাই যদিও অবৈধ বুলিয়ে সন্দেহ কৰা হৈছে।

এ এছ-০১ কিউ ৮৫১৭১ নম্বৰৰ ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন গৰাকীয়ে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

আনহাতে, ঘটনাস্থলীত ডিগবৈ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ইয়াৰ পূৰ্বেও ২০১৯ চনৰ ২৫ নবেম্বৰত একেটা স্থানতে কয়লা ভৰ্তি ট্ৰাকে  মহটিয়াই নিয়াৰ ফলত চাৰিজন লোকৰ থিতাতে মৃত্যু হৈছিল।

উক্ত স্থানত থকা লাইন হোটেল সমূহত আইন-শৃংখলা অমান্য কৰি শাৰী শাৰীকৈ ট্ৰাক সমূহ ৰখাই থোৱাৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি স্থানীয় লোকে অভিযোগ কৰি আহিছে।

চোৰাং তেলৰ ঘাটি স্বৰূপ এই লাইন হোটেল সমূহৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ বাবেই মৰণফাণ্ডলৈ পৰিণত হোৱা বুলি অঞ্চলটোৰ ৰাইজে কৈ আহিছে।

আনহাতে, নিশা উক্ত দুৰ্ঘটনাস্থলীত দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকখনে এখন স্কুটিক মহটিয়াই নিয়াৰ ফলত স্কুটি চালকজনো আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত স্কুটি চালক জনকো মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd