• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ পুৰণিগুদামত বিয়লি সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

NE NOW NEWS ভাৰ্গৱ হাজৰিকা
পুৰণিগুদাম , December 28, 2020 6:15 pm

1 min read

VideoCapture_20201228-173627(1)
234
VIEWS
Share on FacebookShare on Twitter

ৰাজপথত যমদূতৰূপী ডাম্পাৰৰ দৌৰাত্ম্যই পলকতে কালৰ গৰ্ভত চিৰকালৰ বাবে বিলিন কৰি দিলে এটি জীৱন।

নগাওঁ জিলাৰ পুৰণিগুদামৰ ন’আলিমুৰত সোমাবাৰে বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই শোকাকুল পৰিবেশৰ সৃষ্টি কৰিলে সমগ্ৰ অঞ্চলটোতে।

ন’আলিমুৰ স্থিত বৰ মছজিদৰ সন্মুখত নগাঁও অভিমূখী এ.এচ-0১ডি.ডি-১৫০২ নম্বৰৰ দ্ৰুতবেগী এখন ডাম্পাৰে মহতিয়াই নিলে এখন বাইক সহ এজন বাইক আৰোহীক।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় চামগুৰিৰ ভগামুৰৰ প্ৰায় ৩৫ বছৰীয়া বাইক আৰোহী মকবুল হুছেইন।

উল্লেখ্য যে, ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথেৰে এ.এচ-০২ডব্লিউ-৫৮৭৩ নম্বৰ এখন পালছাৰ মটৰ চাইকেল লৈ মকবুল হুছেইন নামৰ লোকজন নগাঁও অভিমূখে গৈ থকাৰ অৱস্থাত পিছৰ ফালৰ পৰা আহি ভয়াৱহ দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ডাম্পাৰ চালক জন।

অৱশ্যে ঘটনাস্থলিত পুৰণিগুদাম আৰক্ষীৰ লোক উপস্থিতহৈ ততাতৈয়াকৈ মকবুলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

দুৰ্ঘটনাটোৰ ফলত বহু সময় ধৰি তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৰাজপথৰ দুয়ো দিশে।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd