DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল গৰু ভৰ্তি ট্ৰাক; হেৰোৱা গৰু বিচাৰি আৰক্ষীৰ অভিযান

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 28, 2019 3:52 pm
road accident

চামগুৰিত দুৰ্ঘটনা গ্ৰস্ত ট্ৰাকখন।

2.3k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰিৰ তেলিয়া গাঁৱত আজি ৰাতিপুৱাই এক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত গৰু কঢ়িয়াই অনা এখন ট্ৰাক সম্পুৰ্ণৰূপে বাগৰি পৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত।

আমি লাভ কৰা তথ্য অনুসৰি ট্ৰাকখন লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল। ট্ৰাকখনত ২২ টা গৰু আছিল বুলি ট্ৰাকখনৰ চালকজনে জানিবলৈ দিয়ে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীৰ পৰা আটাইকেইটা গৰু নোহোৱা হয়।

আনহাতে, ট্ৰাকত থকা লোককেইজনে দুৰ্ঘটনাটোৰ বিষয়ে চামগুৰি আৰক্ষী থানালৈ খবৰ দিবলৈ যোৱাৰ সময়ত একংশ লোকে গৰুবোৰ লৈ উধাও হয় বুলি অভিযোগ উত্থাপিত হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাছত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ হোৰোৱা গৰুবোৰ বিছাৰি অভিযান আৰম্ভ কৰে।

প্ৰথম পৰ্যায়ৰ অভিযানৰ অন্তত আৰক্ষীয়ে ১২ টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এতিয়াও সন্ধানহীন হৈ আছে আন ১০ টা গৰু। হেৰোৱা গৰুকেইটা বিছাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Recent News

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

AHSEC

পৰীক্ষা সম্পৰ্কীয় কিছু চিন্তা

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd