DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ দক্ষিণ হাইলাকান্দিৰ বেচৰকাৰী সংস্থাৰ

ৰাহুল চক্ৰৱৰ্তী by ৰাহুল চক্ৰৱৰ্তী
August 27, 2018 6:00 pm
IMG-20180827-WA0009
84
VIEWS
Share on FacebookShare on Twitter

পথৰ দুৰৱস্থাৰ বাবে দক্ষিণ হাইলাকান্দিৰ মাধৱপুৰ অঞ্চলত বিগত তিনি মাহত সংঘটিত হৈছে চাৰিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। জহি খহি যোৱা পথৰ বাবেই অঞ্চলটোত বিগত কিছুদিনৰ পৰা এনেদৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হাইলাকান্দিৰ স্থানীয় য়ু এম এম আই ডি নামৰ বেচৰকাৰী সংস্থা এটাই পথ মেৰামতিৰ দাবীত আজি জিলা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰে।

সংস্থাটোৰ উপদেষ্টা জাফৰ ইকবাল আৰু সভাপতি ফৰিদুল ইছলামে জিলা উপায়ুক্ত আদিল খানক সাক্ষাৎ কৰি জহি খহি যোৱা কাটলিচেৰাৰ পৰা ভৈৰৱীলৈকে ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা শীঘ্ৰে মেৰামতি কৰাৰ বাবে উপায়ুক্তক দাবী জনায়।

ইয়াৰ উপৰি উপায়ুক্তক প্ৰদান কৰা স্মাৰকপত্ৰৰ জৰিয়তে মাধৱপুৰ উপ কেন্দ্ৰত এখন এম্বুলেঞ্চ প্ৰদান কৰাৰ বাবেও দাবী জনায় য়ু এম এম আই ডি নামৰ বেচৰকাৰী সংস্থাটোৱে।

উল্লেখ্য যে উক্ত ঘাইপথছোৱাৰ দুৰৱস্থাৰ বাবে বিগত দিনত পথ দুৰ্ঘটনাত বহুতো লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু লোক আঘাত প্ৰাপ্ত হৈছে। তাৰোপৰি উক্ত পথছোৱাতে কালি সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকে মৃত্যুবৰণ কৰাৰ লগতে পাঁচজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ইফালে জিলা উপায়ুক্ত আদিল খানে স্মাৰকপত্ৰ পোৱাৰ পাছতে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd