• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰা বিপনীৰ অনুমতি বাতিলৰ দাবীত চাপৰত পথ অৱৰোধ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 2, 2021 2:06 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৌৰ সভায়ো অনুমতি নিদিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে কাৰ্যবাহী বিষয়াই

সুৰা বিপণী স্থাপন কৰাৰ অনুমতি বাতিলৰ দাবীত অৱশেষত ৰাজপথ অৱৰোধ কৰিলগীয়া হল চাপৰৰ প্ৰায় আটাইকেইটা সংগঠন তথা ৰাইজে।

জননেতা শৰৎ চন্দ্ৰ সিংহ ৰ ইচ্ছা তথা আদৰ্শৰ বিৰুদ্ধে চাপৰত সুৰা বিপণী স্থাপনৰ কুজকাৱাজ চলি থকাৰ পৰাই আৰম্ভ হৈছিল ।

কিন্তু চৰকাৰী ভাবে চাপৰ পৌৰ সভাই আজি স্থানৰ আপত্তি নথকাৰ পৰা প্ৰমাণ পত্ৰ দিয়াৰ প্ৰস্তুতি চলোৱাৰ উমান পাই আছু, আক্ৰাছু, গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ, চাপৰ প্ৰেছ ক্লাব, দেশী জনগোষ্ঠীয় মঞ্চ,লেখিকা সমাৰোহ কে ধৰি বিভিন্ন দল সংগঠন তথা চাপৰ বাসী ৰাইজে ইয়াৰ বিৰুদ্ধে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

“জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মভূমিত মদৰ দোকান দিয়া নচলিব”, “অসম চৰকাৰ হায় হায়”,আৱকাৰী বিভাগ হায় হায়”,পৰিমল শুক্লবৈদ্য হায় হায়”,চাপৰত সুৰাৰ বিপনী স্থাপন কৰিবলৈ দিয়া নহব”আদি শ্লোগানেৰে অৱৰোধস্থলী উত্তাল কৰি তোলে ।

প্ৰায় দুঘণ্টা কাল ৰাষ্ট্ৰীয় পথ অৱৰোধৰ ফলত শ শ যান বাহন অবৰুদ্ধ হৈ পৰে।পৰিস্থিতি ক্ৰমে উত্তাল হবলৈ ধৰাত পাছত চাপৰৰ চক্ৰ বিষয়া তথা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া শান্তনু গগৈয়ে অৱৰোধ স্থলীত উপস্থিত হৈ চাপৰ পৌৰ সভাৰ পৰা কোনোধৰণৰ আপত্তি বিহীন প্ৰমাণ পত্ৰ(NOC)দিয়া নহয় বুলি ৰাজহুৱা ভাবে প্ৰতিশ্ৰুতি দিয়াত অৱশেষত প্ৰতিবাদী ৰাইজ ৰাজপথ অৱৰোধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰে ।

জানিব পৰা মতে চাপৰ থানাৰ অন্তৰ্গত কেবাটাও গাওঁ পঞ্চায়ত এলেকাত সুৰাৰ বিপনীৰ অনুজ্ঞা পত্ৰ সম্পৰ্কীয় কাৰ্য্যক লৈ তীব্ৰ আলোচনা বিলোচনা চলি থকাৰ উপৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিলাতী সুৰাৰ বিপনী স্থাপনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শালকোচাৰ বিভিন্ন দল সংগঠনেও।

আছুনেতা লব কুমাৰ ৰায়,মনজিত বৰ্মন, সোমেশ্বৰ বৰ্মন, আক্ৰাচু নেতা ভাস্কৰ সিংহ, বিতুল চন্দ্ৰ বৰ্মন,প্ৰাণ চৌধুৰী, কনক চন্দ্ৰ বৰ্মন, পৰিমল বৰ্মন, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ জুল হুছেইন,আৰু নাথ যোগী ছাত্ৰ সন্থাৰ নেতা গোপী নাথৰ নেতৃত্বত উক্ত বিলাতী সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত স্থানীয় ৰাইজে শালকোচা পৰা লক্ষীগঞ্জলৈ যোৱা গড়কাপ্তানি পথ  পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী ৰাইজে ‘”মদ বেপাৰী হায় হায়”, “শালকোচাত মদৰ দোকান নচলিব,” “সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ বাতিল কৰক”,”জননেতা শৰৎ চন্দ্ৰ সিংহৰ আদৰ্শক ৰক্ষা কৰক” আদি  শ্লোগানেৰে অৱৰোধস্থলী উত্তাল কৰি তোলে। 

প্ৰশাসনে মদৰ দোকানখনৰ অনুজ্ঞাপত্ৰ বাতিল নকৰিলে সংগঠন কেইটাই শালকোচাবাসী ৰাইজৰ সহযোগত তীব্ৰ গণ  আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে।সমাজকৰ্মী আঞ্জামূল আমিনেও ৰাইজৰ স্বাৰ্থত বৃহত্তৰ শালকোচা অঞ্চলত যাতে বিলাতী সুৰাৰ বিপনী স্থাপন কৰা নহয় তাৰ বাবে  জিলা প্ৰশাসনক আহ্বান জনাইছে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd