• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুক্ত অথবা গোপনে, ৰহিংগীয়াই অসমত বাহৰ পতাটো ভয়াৱহ ভৱিষ্যতৰ ইংগিত : সঃ অঃ গঃ মঃ দেঃ জাঃ পৰিষদ

"বাংলাদেশীপ্ৰেমীসকলক চিনাক্ত কৰক, 'জমিয়ত উলেমা-ই হিন্দ'ৰ মৰিগাওঁ সমিতিক তদন্তৰ আওতালৈ আনক" আহ্বান সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2019 2:10 pm
অলপতে আৰক্ষীয়ে লামডিঙত আটক কৰা কেইজনমান ৰহিংগীয়া লোক।

অলপতে আৰক্ষীয়ে লামডিঙত আটক কৰা কেইজনমান ৰহিংগীয়া লোক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিভিন্ন ঠাইত শেহতীয়াভাৱে ৰহিংগীয়া শৰণাৰ্থী ধৰা পৰা আৰু বাহৰ পাতি যোৱাৰ তথ্য পোহৰলৈ অহাৰ ঘটনালৈ আঙুলিয়াই দি ৰাজ্যখনত মুক্ত অথবা গোপনে বিচৰণ কৰাটো ৰাজ্যখনৰ বাবে ভয়াৱহ ভৱিষ্যতৰ ইংগিত বুলি আজি এটা প্ৰেছ বিবৃতিযোগে জনাইছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে।

সংগঠনটোৰ সাধাৰণ সম্পাদক আজিজুল ৰহমান স্বাক্ষৰিত এটা বিবৃতি আজি নৰ্থ-ইষ্ট নাও-লৈ প্ৰেৰণ কৰা হয়।

Apply Now

“ইয়াৰ দ্বাৰা আমি বুজিব লাগিব যে এতিয়া দুই-এজন ৰহিংগীয়া শৰাণাৰ্থী অসমত সোমাইছে যদিও সুবিধা পালে যে লাখে লাখে ৰহিংগীয়া শৰণাৰ্থী অসমত প্ৰৱেশ কৰাবলৈ একাংশ লোকে সুবিধা বিচাৰি আছে, সেই কথা বুজিব পাৰিছো৷” বিবৃতিটোত কোৱা হয়।

অসম তথা ভাৰতত ৰহিংগীয়া প্ৰৱেশ কৰাৰ বাবে অসমৰ একাংশ বাংলাদেশৰ প্ৰতি দৰদ থকা লোকক আৰু লগতে অসম-ভাৰত চৰকাৰক দায়ী কৰে সংগঠনটোৱে।

বিশাল নিৰাপত্তা বাহিনীয়ে ভাৰত-বাংলা সীমান্তত পহৰা দি থকা অৱস্থাত ৰহিংগীয়াসকল অসম-ভাৰতত প্ৰৱেশ কেনেকৈ কৰে? বিয়োগোম সেনা-অৰ্ধসামৰিক বাহিনী, আৰক্ষী সীমান্তৰ সুৰক্ষাত নিয়োজিত হৈ থকাৰ পিছতো ৰহিংগীয়াই অসমত সোমাই কেনেদৰে বিচৰণ কৰি গ’ল ইয়াৰ শীঘ্ৰে তদন্ত হওক। বিবৃতিটোত এই আহ্বান সংগঠনটোৰ।

ইপিনে চৰকাৰক সমালোচনা কৰি সংগঠনটোৱে কয়, “অসমৰ পৰা বিদেশী খেদিম বুলি ৰাইজৰ ভোট লৈ চৰকাৰ গঠন কৰা দলটোৱে বিদেশী খেদা দূৰৰ কথা, বিদেশী দেশত সোমাবলৈহে ধৰাত অসমীয়া জাতি আজি চিন্তিত।”

বিবৃতিটোত কোৱা হয় যে চৰকাৰে বা চৰকাৰৰ লোকসকলে ৰহিংগীয়া ৰহিংগীয়া কৈ চিঞৰি থাকিলেই ৰহিংগীয়াৰ প্ৰব্ৰজন বন্ধ নহয়। “বিদেশী বহিষ্কাৰৰ কথা কৈ ভোট আদায় কৰিছিল আপোনালোকে। বৰ বৰ কথা কৈ শাসনলৈ অহাৰ পিছতো যদি বিদেশী অসমলৈ সোমাই আছে, তেন্তে শাসনত থকাৰ আপোনালোকৰ অধিকাৰ নাই বুলি আমি অনুভৱ কৰিছো।”, বিবৃতিটোত বিজেপি চৰকাৰখনক এইদৰে সমালোচনা কৰা হয়।

অসমত থকা বাংলাদেশীপ্ৰেমীসকলকো চৰকাৰে চিনাক্ত কৰিব লাগে বুলি দাবী তোলে সংগঠনটোৱে।

অসমত ৰহিংগীয়াক অবাধ বিচৰণত সহায় কৰা জমিয়ত উলেমা-ই হিন্দৰ মৰিগাঁও জিলা সমিতিৰ সভাপতিকে ধৰি অন্যান্য লোকসকলক আটক কৰি শীঘ্ৰে তদন্তৰ আওতালৈ আনিবলৈ দাবী তোলে সংগঠনটোৱে। ৰহিংগীয়াক সহায় কৰিবৰ বাবে পত্ৰ প্ৰচাৰ কৰা আৰু মৈৰাবাৰীত ৩দিন থাকি হোজাইলৈ যাত্ৰা কৰা ৰহিংগীয়া শৰণাৰ্থীৰ দলটোক সহযোগ কৰা প্ৰতিগৰাকী লোকক তদন্তৰ আওতালৈ অনাৰ দাবী জনায় বিবৃতিটোত। এইসকল লোকেই অসম আৰু অসমীয়াৰ প্ৰধান শত্ৰু বুলিও কোৱা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd