DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, December 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ICC World Cup 2023: দ্ৰাবিড়ৰ প্ৰশংসা! ৰোহিতে ক’লে ‘মই তেওঁৰ বাবেও বিশ্বকাপ জিকিব বিচাৰো’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2023 7:54 am
2.7k
VIEWS
Share on FacebookShare on Twitter

ভূমিকা সলনি হৈছে, কিন্তু তেওঁৰ আবেগ? বিশ বছৰৰ পাছতো সেই আৱেগ আগৰ দৰেই আছে। ২০০৩ চনত তেওঁ ভাৰতীয় দলৰ সৈতে জড়িত হৈ পৰিছিল। এতিয়াও আছে। ৰাহুল দ্ৰাবিড়ৰ কথাই কোৱা হৈছে। ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত ক্ৰিকেটাৰ হিচাপে খেলিছিল। ২০২৩ বিশ্বকাপত তেওঁ আছে গুৰুৰ দায়িত্বত।

কেতিয়াবা ৰাহুল হয়তো বিশ বছৰ আগলৈ উভতি গৈছে। গতিকে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ পপিং ক্ৰীজত থিয় হৈ দ্ৰাবিড়ে কিছু ছেডো প্ৰেক্টিছ  কৰিলে। কেতিয়াবা বেটখন তুলি বাওঁহাতেৰে ষ্টেন্সত নকিং-ও কৰিল। ২০০৩ চনত সৌৰভ গাংগুলীৰ নেতৃত্বত ভাৰতীয় দলটোৱে যি কামত ব্যৰ্থ হৈছিল, সেই কামটোৱে এইবাৰ কৰি দেখুওৱাৰ প্ৰত্যাহ্বান মেন ইন ব্লুৰ।

শনিবাৰে বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে সংবাদমেলত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাৰ মুখত শুনা গ’ল ‘দ্ৰাৱিড়ৰ-প্ৰশংসা’।

ৰাহুল দ্ৰাবিড় টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক। ভাৰতীয় দলৰ সদস্যসকলে গুৰু দ্ৰাবিড়ৰ নিৰ্দেশনা আখৰে আখৰে পালন কৰি আছে। বাহিৰৰ পৰা ভাৰতীয় দলটোলৈ চালে এনে লাগিব যেন আঙুলি তুলিবলৈ কোনো সুৰুঙা নাই। কিন্তু, ফাইনেলৰ পূৰ্বে ৰোহিতে প্ৰশিক্ষক দ্ৰাবিড়ৰ বিষয়ে কেইবাটাও কথা ক’লে।

হিটমেন ৰোহিতে কয়, ‘’ভাৰতীয় দলত ৰাহুল দ্ৰাবিড়ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিছুমান ক্ষেত্ৰত তেওঁ মোৰ সিদ্ধান্তত সুখী নহয়। আৰু সেয়া স্বাভাৱিক। ৰাহুল ভাইয়ে ক্ৰিকেট খেলাৰ সময় এতিয়াৰ তুলনাত নিশ্চয় বেলেগ হ’ব। সকলো কথাতে মতানৈক্য হোৱাটো স্বাভাৱিক। কিন্তু ৰাহুল ভাইয়ে মোক সম্পূৰ্ণ স্বাধীনতা দিছে। খেলুৱৈসকলক নিজৰ ইচ্ছামতে খেলাৰ স্বাধীনতাও দিয়া হৈছে। এইটো ডাঙৰ কথা।‘’

২২ গজে প্ৰতিদিনে নতুন কাহিনী লিখে। দলৰ প্ৰতিজন খেলুৱৈয়ে হয়তো প্ৰতিদিনে ভাল খেলিব নোৱাৰিবও পাৰে। অধিনায়ক আৰু প্ৰশিক্ষকৰ অন্যতম দায়িত্ব হ’ল কঠিন সময়ত ক্ৰিকেটাৰসকলৰ কাষত থিয় দিয়া। খেলুৱৈ হিচাপে দ্ৰাবিড়ে যি নাপালে, টীম ইণ্ডিয়াই তেওঁক প্ৰশিক্ষক হিচাপে দিব বিচাৰিছে।

এই প্ৰসংগত ৰোহিতে কয়, ‘’ৰাহুল ভাইয়ে সদায় কঠিন সময়ত খেলুৱৈৰ কাষত থিয় দি আহিছে। বিশেষকৈ যোৱা টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয়ৰ পিছত, আমাক বহু কথাই ক’লে। তাৰ পাছত ৰাহুল ভাইয়ে দলৰ সকলোকে আত্মবিশ্বাস দিলে। গতিকে আমি তেওঁৰ বাবেও বিশ্বকাপ জিকিব বিচাৰো।‘’

Recent News

জাতিক প্ৰতাৰণা! আছুৰ তিনি শতাধিক নেতা-কৰ্মীয়ে চলিত সপ্তাহতে যোগদান কৰিব বিজেপিত

জাতিক প্ৰতাৰণা! আছুৰ তিনি শতাধিক নেতা-কৰ্মীয়ে চলিত সপ্তাহতে যোগদান কৰিব বিজেপিত

কেনেকৈ নিৰ্বাচন অনুষ্ঠিত হয় এইকেইখন দেশত? নিৰ্বাচনৰ নিয়মে আচৰিত কৰিব আপোনাক

কেনেকৈ নিৰ্বাচন অনুষ্ঠিত হয় এইকেইখন দেশত? নিৰ্বাচনৰ নিয়মে আচৰিত কৰিব আপোনাক

বন্ধ হৈ যোৱা ২০০০ টকাৰ নোটসমূহ ছপা কৰিবৰ বাবে চৰকাৰে খৰচ কৰিছিল ১৭,৬৮৮ কোটি টকা, লোকসভাত প্ৰকাশ হ’ল এই তথ্য

বন্ধ হৈ যোৱা ২০০০ টকাৰ নোটসমূহ ছপা কৰিবৰ বাবে চৰকাৰে খৰচ কৰিছিল ১৭,৬৮৮ কোটি টকা, লোকসভাত প্ৰকাশ হ’ল এই তথ্য

চিচি টিভিত বন্দী হত্যাৰ দৃশ্য : আততায়ীৰ গুলীত নিহত ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গগামেডি

চিচি টিভিত বন্দী হত্যাৰ দৃশ্য : আততায়ীৰ গুলীত নিহত ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গগামেডি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd