• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ষ’ঠ পূজা ঘাটত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ; ডুমডুমাত চাঞ্চল্য

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , October 14, 2019 9:26 pm

1 min read

Deadbody-570x320

প্রতিনিধিত্বমূলক ফটো

270
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানা অন্তৰ্গত লংছোৱালৰ গুৰুকুল স্কুলৰ সমীপৰ  ছ’ট পূজা ঘাটত আজি বিয়লি এগৰাকী বিবাহিত মহিলাৰ মৃতদেহ উদ্ধাৰ হয়।

মৃত মহিলাগৰাকীক মীৰা মণ্ডল (৪০) বুলি চিনাক্ত কৰা হৈছে। অঞ্চলটোৰ ৰাইজৰ লোকৰ মতে মহিলা গৰাকী যোৱা  চাৰিদিন ধৰি সন্ধানহীন হৈ আছিল।

অৱশ্যে মহিলা গৰাকী সন্ধানহীন হৈ থকাৰ কথা তেওঁৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাক অৱগত কৰা নাছিল বুলি আৰক্ষীয়ে কয়।

হাত ভৰি বন্ধা আৰু শৰীৰৰ বিভিন্ন অংশত দাৰ ঘাপ থকা মৃতদেহটো এটা বস্তাত ভৰাই থোৱা অৱস্থাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা ষ’ঠ পূজা ঘাটৰ পুখুৰীত স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰে।

অৰ্ধগলিত মৃতদেহটো পিছত মৰোনত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীৰ মতে মহিলা গৰাকীক কোনো দুৰ্বৃত্তই হত্যা কৰি বস্তাত ভৰাই পুখুৰীটোত পেলাই থৈ যায়।

জানিব পৰা মতে মৃত মহিলা গৰাকীৰ দ্বিতীয় স্বামী তথা লংছোৱালৰ সঞ্জয় গুপ্তা(৪৫)ক ডুমডুমা আৰক্ষীয়ে সোধা-পোছাৰ বাৱে আটক কৰিছে৷

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd