• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি তৃতীয় স্থান অক্ষত ৰাখিলে ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2021 8:03 am
Royal Challengers Bangalore beat Rajasthan Royals by 7 wickets
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত আইপিএল- ৰ দ্বিতীয় পৰ্বত আন এক জয়ৰ সোৱাদ পালে ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰে।

কালি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলখনত বাঙ্গালোৰে ৭ উইকেটত বিজয় সাব্যস্ত কৰে।

টছত জয়ী হৈ খেলখনত বাঙ্গালোৰে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু ৰাজস্থানক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।

প্ৰথমে বেটিং কৰিবলৈ আহি ৰাজস্থানে প্ৰথম উইকেটত ৭৭ ৰানৰ যুটি বান্ধে যদিও সঘন উইকেট পতন আৰু মন্থৰ বেটিঙৰ ফলত ২০ অভাৰত ১৪৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

Apply Now

দলৰ হৈ অপেনাৰ এভিন লুইছে সৰ্বাধিক ৫৮ ৰান সংগ্ৰহ কৰে। ৩১ ৰানৰ বৰঙণি আহে আনজন অপেনাৰ জয়ছোৱালৰ বেটৰ পৰা।

অধিনায়ক চেমচনে ১৯ আৰু ক্ৰিছ মৰিছে ১৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আন বেটচমেনে দহকৰ ঘৰত স্ক’ৰ কৰাতে ব্যৰ্থ হয়।

বাঙ্গালোৰৰ হৈ হৰ্ষল পেটেলে ৩ টা উইকেট হস্তগত কৰাৰ লগতে চাহাল আৰু ছাহবাজ আহমেদে দুটাকৈ উইকেট দখল কৰে। এটাকৈ উইকেট পায় ক্ৰিষ্টিয়ান আৰু গাৰ্টনে।

আনহাতে ১৩৬ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি বাঙ্গালোৰৰ অপেনাৰদ্বয় কোহলি আৰু পাৰিকালে প্ৰথম উইকেটত ৪৮ ৰানৰ যুটি বান্ধে।

পাৰিকালে ২২ ৰান কৰি বিদায় লোৱাৰ পিছতে কোহলীয়েও ২৫ ৰান কৰি আউট হয়।

অৱশ্যে চতুৰ্থ উইকেটত শ্ৰীকাৰ ভৰত আৰু মেক্সৱেলে ৬৯ ৰানৰ যুটি বান্ধি দলৰ জয় সহজ কৰি তোলে।

ভৰতে ৪৪ ৰান কৰি আউট হোৱাৰ পিছত ক্ৰীজলৈ অহা ডে ভিলিয়াৰ্চে ইনিংছৰ ১৮ অভাৰৰ প্ৰথমটো বলত ৰিয়ান পৰাগৰ বলত চাৰি কোবাই বাঙ্গালোৰৰ বাবে আকাঙ্খিত জয় আনি দিয়ে।

মেক্সৱেলে ৫০ ৰান আৰু ভিলিয়াৰ্চে ৪ ৰান কৰি অপৰাজিত থাকে।

ৰাজস্থান ৰয়েলছৰ হৈ মুস্তাফিজুৰ ৰহমানে দুটা উইকেট দখল কৰে।

খেলখনত মিতব্যয়ী বলিঙেৰে দুটা উইকেট দখল কৰা চাহাল মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় ।

আজিৰ জয়েৰে ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰে পইন্ট তালিকাৰ তৃতীয় স্থান অক্ষুন্ন ৰাখে। আনহাতে ৰাজস্থান ৰয়েলছে তালিকাৰ সপ্তম স্থানত অৱস্থান কৰিছে।

আজি আইপিএল- ৰ আন এখন খেলত ছানৰাইজাৰ্ছ হাইদৰাবাদ আৰু চেন্নাই চুপাৰ কিংছ মুখামুখি হ’ব ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd