• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ঋষভ পণ্ট অবিহনে দিল্লীৰ পৰাজয়! একেৰাহে পঞ্চম জয় সন্নিবিষ্ট প্লেছিছবাহিনীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2024 7:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঋষভ পণ্টৰ অবিহনে দিল্লী কেপিটেলছৰ পৰাজয়। দেওবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে দিল্লী কেপিটেলছ ৪৭ ৰানত পৰাস্ত হয়। প্ৰথমে বেটিং কৰি বেংগালুৰুৱে ঘৰুৱা ক্ষেত্ৰত ১৮৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দিল্লীৰ ইনিংছ ১৪০ ৰানত সমাপ্ত হয়। একেৰাহে ৫ খন মেচত জয়লাভ কৰে বেংগালুৰুৱে।

১৮৮ ৰানৰ লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীয়ে ৩০ ৰানত ৪টা উইকেট হেৰুৱাইছিল। ডেভিড ৱাৰ্নাৰ (১), অভিষেক প’ড়েল (২), জেক ফ্ৰেজাৰ-মেকগাৰ্ক (২১) আৰু কুমাৰ কুশাগ্ৰা (২) ক্ৰীজত বেছি সময় টিকি নাথাকিল। সেই সময়তে মেচখনৰ ফলাফল মোটামুটিভাৱে বুজা গৈছিল। শ্বে হোপে দিল্লীৰ আশাক জীয়াই ৰাখিছিল। তেওঁ অক্ষৰ পেটেলৰ লগত গৈছিল। কিন্তু হোপে ২৩টা বলত ২৯ ৰানতকৈ অধিক ৰান কৰাত ব্যৰ্থ হয়। অক্ষৰে পেটেলে ৩৯টা বলত ৫৭ ৰান সংগ্ৰহ কৰে।

দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয়।পিছে কালিৰ মেচত খেলিব পৰা নাই ঋষভ পণ্টে। লেহেমীয়া অভাৰ ৰেটৰ বাবে তেওঁক এখন মেচৰ বাবে নিলম্বিত কৰা হৈছে। বেংগালুৰুৱে আৰম্ভণিতে বেটিং কৰিবলৈ ওলাই অহাৰ সময়ত অধিনায়ক ফাফ ডু প্লেছিছৰ উইকেট হেৰুৱাইছিল। মাত্ৰ ৬ ৰান সংগ্ৰহ কৰি আউট হয়। পাৱাৰ প্লে’ত আউট হয় বিৰাট। বেংগালুৰুৱে ৩৬ ৰানত ২ উইকেট হেৰুৱাইছে। তাৰ ভিতৰত বিৰাটৰ ২৭ ৰান বৰঙনি আছে।

Apply Now

তাৰ পৰাই দলটোক নেতৃত্ব দিছিল উইল জেকছ আৰু ৰজত পাটিদাৰে। তেওঁলোকে ৮৮ ৰান সংগ্ৰহ কৰিছিল। জেক্সে ৪১ ৰান সংগ্ৰহ কৰে। পাটিদাৰে ৫২ ৰান সংগ্ৰহ কৰে। কিন্তু ৰছিখ চালামে বাধাৰ সৃষ্টি কৰে আৰু পাটিদাৰক আউট কৰে।আৰু জেকছক আউট কৰে কুলদীপ যাদৱে।ইয়াৰ পাছতে এটাৰ পাছত এটা উইকেট হেৰুৱাই বাংগালোৰে। তেওঁলোকৰ ইনিংছ ১৮৭ ৰানত স্তব্ধ হৈ পৰে। মুকেশ কুমাৰৰ বলিঙে বেংগালুৰুক নিয়ন্ত্ৰণত ৰাখে। ৰছিখ আৰু খলিল আহমেদে দুটাকৈ উইকেট দখল কৰে। ঈশান্ত শৰ্মা, মুকেশ আৰু কুলদীপে এটাকৈ উইকেট সংগ্ৰহ কৰে।

বেংগালুৰু খেলপথাৰত ১৮৮ ৰান ডাঙৰ লক্ষ্য নাছিল। কিন্তু দেওবাৰে কেমেৰন গ্ৰীণৰ বলিঙে পাৰ্থক্যৰ সৃষ্টি কৰিলে। ৪ অভাৰত মাত্ৰ ২০ ৰানহে দিয়ে। লগতে এটা উইকেট লয়। এইক্ষেত্ৰত সহায় কৰিছিল লকি ফাৰ্গুচন, যশ দয়ালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd