• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

‘চীনৰ পৰা সামগ্ৰী ক্ৰয় কৰি মেড ইন ইণ্ডিয়া ষ্টাম্প মৰাত মোদী চৰকাৰ ওস্তাদ’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 23, 2021 6:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাটিৰ পট্টা দিয়াৰ চল লৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী শিৱসাগৰলৈ আহিছিল বুলি দাবী কৰিছে প্ৰাক্তন বিজেপি সাংসদ তথা ন-কংগ্ৰেছী নেতা ৰাম প্ৰসাদ শৰ্মাই।

তেওঁ কয় ‘মোদীয়ে যাতে এখন ঐতিহাসিক ঠাইত আহি পুনৰ মিছা প্ৰতিশ্ৰুতি দি নাযায় বা আঁভুৱা ভাৰি ভোট লোৱা বুদ্ধি নকৰে। মাটিৰ অধিকাৰ থাকে ৰাজ্য চৰকাৰৰ হাতত, এইক্ষেত্ৰত কেন্দ্ৰৰ কোনো অধিকাৰ নাই।‘

Apply Now

‘ভাৰতৰ ইতিহাসত প্ৰথমবাৰলৈ প্ৰধান মন্ত্ৰী আহি মাটিৰ পট্টা বিলাইছে। মুখ্যমন্ত্ৰী বা ৰাজ্য চৰকাৰৰ ৰাজহ মন্ত্ৰীয়ে ভূমিৰ পট্টা প্ৰদান কৰিব পাৰে। কিন্তু তেওঁ ৰাজনৈতিক তথা ভোটৰ অংকত অসমলৈ আহিছে।‘ শৰ্মাই মোদীৰ অসম ভ্ৰমণৰ কাৰণ বাখ্যা কৰি কয়।

ইপিনে, ১৬ মে’ৰ পাছত বাংলাদেশীয়ে টালি-টোপোলা লৈ যাব লাগিব বুলি কোৱা প্ৰধানমন্ত্ৰীয়ে এইবাৰো মিছা প্ৰতিশ্ৰুতিৰ টোপোলা ৰাইজলৈ দলিয়াই গ’ল বুলি শৰ্মাই আমাৰ সাংবাদিকৰ আগত কয়।

তেওঁ লগতে কয় ‘মানুহে পূৰ্বতে ভুল গৈছিল মোদীৰ কথাত। পৰিৱৰ্তনৰ হেঁপাহৰে মানুহে বিজেপিক ভোট দিছিল। কিন্তু এতিয়া আঁভুৱাভাঁৰা প্ৰতিশ্ৰুতিৰ পৰা এতিয়া মানুহে পৰিত্ৰাণ বিচাৰিছে।‘

ইয়াৰোপৰি, বিজেপিয়ে দিয়া এটাও প্ৰতিশ্ৰুতি বিজেপিয়ে পালন নকৰিলে বুলি উল্লেখ কৰি শৰ্মাই লগতে কয় ‘মাজুলীৰ দলং, টুইন টাৱাৰ, এক্সপ্ৰেছ হাইৱে সপোন হৈয়ে থাকিল। আনকি চাৰিলাইন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম বিজেপিয়ে সম্পূৰ্ণ কৰিব নোৱাৰিলে।‘

২০২১ ত ৰাইজক সেয়েহে ভাবি-চিন্তি ভোট দিবলৈ শৰ্মাই অনুৰোধ জনাই লগতে কয় ‘চীনৰ পৰা সামগ্ৰী ক্ৰয় কৰি মেড ইন ইণ্ডিয়া ষ্টাম্প মৰাত মোদী চৰকাৰ ওস্তাদ।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd